অসম লাইভ ২৪ঃ ক’ৰোনা মহামাৰীৰ আৰম্ভণিৰ পিছৰে পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে সমূহ বিকাশশীল দেশ সমূহৰ পৰা লোৱা ঋণ মাফ কৰাৰ বাবে আৰু লোণ পৰিশোধ কৰিবলৈ অধিক সময় বিচাৰিছে।
পশ্চিম দেশৰ এই সমূহ পেৰিছ ক্লাৱৰ পৰা লোৱা ১.৭ আৰৱ ডলাৰৰ ঋণ পৰিশোধ কৰিবলৈ আৰু অধিক সময়ৰ ৰেহাই দিয়ে।
কিন্তু এফালৰ পৰা যি পাকিস্তানক এই ঋণ সমূহৰ পৰা ৰেহাই দিয়া পৰিলক্ষিত হৈছে আৰু আনফালে পাকিস্তানৰ ওচৰৰ সহযোগী দেশ আৰু ভাই দেশৰ নামেৰ জনাজাত চৌদি আৰৱে তিনি আৰৱ ডলাৰৰ ঋণ অতিশীঘ্ৰে ঘূৰাই দিবলৈ আদেশ জনাইছে। যাৰ পৰা পাকিস্তানে চীনক সহায়ৰ বাবদ দুই আৰৱ ডলাৰ দুই কীস্তিত ঘূৰাই দিয়ে, বাকী ১ আৰৱ ডলাৰ শীঘ্ৰে ঘূৰাই পাম বুলি আশাবাদী।
পাকিস্তানৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা মোইদ য়ুসুফে কয় যে ‘পাকিস্তান আৰু চৌদি আৰৱৰ সম্পৰ্কৰ মাজত পৰিৱৰ্তন আহিছে,
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ