• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

1 month ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

8 seconds ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, সাংবাদিকক ধমকৰ অভিযোগ অমৃতপ্ৰভাৰ অধিবক্তাৰ বিৰুদ্ধে

47 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

1 hour ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

3 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

13 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

14 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

15 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

পেনিক এটেক কি আৰু ইয়াৰ কাৰণ কি?

editor by editor
September 2, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেনিক এটেক আজিকালি এক গুৰুতৰ মানসিক স্বাস্থ্যজনিত সমস্যা। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে , আতংকৰ দৰে অৱস্থাকে ধৰি উদ্বেগজনিত মানসিক স্বাস্থ্যজনিত সমস্যাসমূহ বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে। এই অৱস্থা কোনো এটা বয়সৰ লোকৰ লগত সীমাবদ্ধ নহয়। পেনিক এটেক আহিলে এজন ব্যক্তিয়ে হঠাৎ অস্বস্তিৰ সন্মুখীন হয়, যিয়ে দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে।

আজি জানো আহক পেনিক এটেক কি , ইয়াৰ কাৰণ আৰু ইয়াৰ লক্ষণসমূহ কি কি জানক ।

পেনিক এটেক কি আৰু ইয়াৰ কাৰণ কি?

দিল্লীৰ স্নায়ু বিশেষজ্ঞ ডাঃ ৰাজেশ কুমাৰে বুজাইছে যে পেনিক এটেক হ’ল এনে এক অৱস্থা, য’ত এজন ব্যক্তিয়ে হঠাতে তীব্ৰ ভয়, উদ্বেগ, অস্থিৰতা অনুভৱ কৰে। এই অভিজ্ঞতা কেইমিনিটমানৰ পৰা আধা ঘণ্টালৈকে থাকিব পাৰে, আৰু ব্যক্তিজনে নিয়ন্ত্ৰণ হেৰুৱা অনুভৱ কৰে। ইয়াৰ বহুতো কাৰণ থাকিব পাৰে, যেনে মানসিক চাপ, দীৰ্ঘদিনীয়া উদ্বেগ, আৱেগিক চাপ, আনকি কেতিয়াবা জিনীয় কাৰক।

কিছুমান মানুহৰ ক্ষেত্ৰত এই সমস্যাটো ভয়ংকৰ হ’ব পাৰে, আনহাতে কিছুমানৰ ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্ট কাৰণ নোহোৱাকৈ হ’ব পাৰে। শৰীৰ আৰু মনৰ মাজৰ ভাৰসাম্য বিঘ্নিত হ’লে এই অৱস্থাৰ সৃষ্টি হ’ব পাৰে। কাৰণসমূহ আগতীয়াকৈ বুজি পোৱাটো গুৰুত্বপূৰ্ণ যাতে উপযুক্ত চিকিৎসা আৰু যত্ন ল’ব পৰা যায়।

লক্ষণ কি কি?

পেনিক এটেকৰ লক্ষণ হঠাতে আৰম্ভ হয় আৰু যথেষ্ট গুৰুতৰ হ’ব পাৰে। এজন ব্যক্তিৰ হৃদস্পন্দন দ্ৰুত, উশাহ-নিশাহ লোৱাত অসুবিধা, বুকুখন টান, মূৰ ঘূৰোৱা আদি অনুভৱ কৰিব পাৰে। কেতিয়াবা, হাত-ভৰি কঁপিবলৈ ধৰে, প্ৰচুৰ ঘাম ওলায় আৰু উদ্বেগ বাঢ়ি যায়।

কিছুমান মানুহে এনে অনুভৱ কৰে যেন তেওঁলোক অজ্ঞান হ’ব বা নিয়ন্ত্ৰণ হেৰুৱাব। ভয় ইমানেই তীব্ৰ হ’ব পাৰে যে তেওঁলোকে মৃত্যুৰ ভয় কৰে। এই লক্ষণসমূহ অল্পকালীন যদিও ইয়াৰ মানসিক প্ৰভাৱ দীৰ্ঘস্থায়ী হ’ব পাৰে।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • মানসিক চাপ কমাবলৈ চেষ্টা কৰক আৰু পৰ্যাপ্ত জিৰণি লওক।
  • ভয় অনুভৱ কৰিলে দীঘলকৈ উশাহ লওক।
  • নিয়মীয়া ব্যায়াম আৰু যোগাসন দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক।
  • পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু অত্যধিক কেফেইন সেৱন নকৰিব।
  • যদি সমস্যাটো স্থায়ী হৈ থাকে তেন্তে মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, সাংবাদিকক ধমকৰ অভিযোগ অমৃতপ্ৰভাৰ অধিবক্তাৰ বিৰুদ্ধে

October 14, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

October 14, 2026
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
Next Post
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.