• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 months ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

27 minutes ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

58 minutes ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

2 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

2 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

3 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

3 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

4 hours ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

6 hours ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

6 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

6 hours ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

editor by editor
March 23, 2026
in প্ৰযুক্তি, বিবিধ, লেখা
0
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ
0
SHARES
97
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বিদ্যুৎ আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ। আমাৰ ঘৰত পোহৰ দিয়াৰ পৰা আৰম্ভ কৰি ফেন, টিভি, ফ্ৰীজ, কম্পিউটাৰ, স্মাৰ্টফোন চাৰ্জ কৰালৈকে প্ৰায় সকলোবোৰেই বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল। বৰ্তমান সময়ত বিদ্যুৎ অবিহনে জীৱনটো কল্পনা কৰাটো কঠিন। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ভাৰতৰ কোনখন চহৰত প্ৰথমে বিদ্যুৎ আহিছিল। ইংৰাজৰ যুগত ভাৰতত বিদ্যুৎ আহিছিল। সেই সময়ত ইয়াৰ আৰম্ভণি ঘৰৰ পৰা নহয়, ৰাজহুৱা পথৰ পৰা হৈছিল। কলকাতা চহৰত বৈদ্যুতিক ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হৈছিল যদিও কৰ্ণাটকৰ কোলাৰত প্ৰথমবাৰ প্ৰতিটো ঘৰতে বিদ্যুৎ প্ৰবাহিত হৈছিল।

গতিকে প্ৰশ্ন উত্থাপন হয়, ভাৰতত প্ৰথমে ক’ত বৈদ্যুতিক লাইট জ্বলোৱা হৈছিল? তাৰ সঠিক আৰু স্পষ্ট উত্তৰটো হ’ল কলকাতা। ১৮৭৯ চনৰ ২৪ জুলাই মাহত পি.ডব্লিউ. ফ্লেউৰী এণ্ড কোম্পানীয়ে প্ৰথমে তাত ৰাজপথলৈ বৈদ্যুতিক লাইট আনিছিল। সেই সময়ত মানুহৰ বাবে এইটো আছিল সম্পূৰ্ণ নতুন অভিজ্ঞতা, কিয়নো সেই সময়ত মানুহে কেৰাচিনৰ লেম্প আৰু টৰ্চক পোহৰৰ মূল উৎস বুলি লৈছিল। তাঁৰৰ দ্বাৰা চালিত বাল্ব দেখি মানুহবোৰ আচৰিত হৈ পৰে সকলো। ইয়াৰ পিছত ক্ৰমান্বয়ে বিদ্যুৎ প্ৰসাৰিত হ’বলৈ ধৰিলে আন ডাঙৰ চহৰবোৰলৈ। কিন্তু ইয়াৰ মাজত এটা উল্লেখযোগ্য পাৰ্থক্য আছে যিটো মানুহে প্ৰায়ে পাহৰি যায়।

কিন্তু প্ৰথমখন সম্পূৰ্ণ বিদ্যুৎ পৰিবাহিত চহৰখন কৰ্ণাটকৰ কোলাৰ হোৱাৰ গৌৰৱ লাভ কৰিছে। কৰ্ণাটকৰ কোলাৰ গোল্ড ফিল্ডছ আছিল প্ৰথম স্থানসমূহৰ ভিতৰত অন্যতম য’ত সংগঠিত বিদ্যুৎ খনি আৰু আৱাসিক অঞ্চল দুয়োটাতে পৰিবাহিত হৈছিল। সোণৰ খনিত কাম কৰা শ্ৰমিকসকলক ৰখাৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা সমগ্ৰ চহৰখন বিদ্যুৎ পৰিবাহিত হৈ পৰিছিল। ১৯০২ চনৰ আশে-পাশে খনিৰ কাম-কাজ, যন্ত্ৰপাতি আৰু পোহৰৰ বাবে বিদ্যুতৰ ব্যৱহাৰ আৰম্ভ হয়। কোলাৰ গোল্ড ফিল্ডছক শক্তি প্ৰদান কৰিবলৈ কাবেৰী নদীৰ শিৱনাসমুদ্ৰা জলপ্ৰপাতৰ সমীপত ভাৰতৰ প্ৰথমটো জলবিদ্যুৎ শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছিল।

১৮৯৯ চনত কলিকতা বৈদ্যুতিক যোগান নিগম (CESC) প্ৰতিষ্ঠা হোৱাৰ লগে লগে ভাৰতত বিদ্যুতৰ ব্যৱস্থাগত বিতৰণৰ সৃষ্টি হয়। তাৰ পিছত ১৯০৫ চনত দিল্লীত বিদ্যুৎ উপস্থিত হয়, আৰু তাৰ পিছত ক্ৰমান্বয়ে আন চহৰলৈও বিয়পি পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom livde 24electricityknowledge
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
অসম

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

September 25, 2026
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক
জীৱনশৈলী

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

September 25, 2026
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?
প্ৰযুক্তি

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

September 25, 2026
Next Post
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ'ব আচৰিত!

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.