• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

2 months ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

9 minutes ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

55 minutes ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

2 hours ago
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

4 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

5 hours ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

14 hours ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

15 hours ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

15 hours ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

16 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

16 hours ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

editor by editor
March 30, 2026
in জীৱনশৈলী, ভাৰত
0
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
0
SHARES
661
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বোৱাৰীয়েকক তেওঁৰ স্বামীৰ মাক-বাপেক বা শহুৰ-শাহুৱেকৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব৷ নিৰ্দেশ দিলে এলাহবাদ হাইকৰ্টে৷ আদালতে স্পষ্টকৈ জনাইছে যে ফৌজদাৰী কাৰ্যবিধিৰ ধাৰা ১২৫ অনুসৰি ব্যক্তিয়ে ভৰণপোষণ দাবী কৰিব পাৰে, কিন্তু ইয়াৰ মাজত শহুৰ বা শাহুৱেক অন্তৰ্ভুক্ত নহয়৷

এই গোচৰত ন্যায়াধীশ মদন পাল সিংহৰ পৰ্যবেক্ষণ যে ভৰণপোষণৰ অধিকাৰ এক সম্পূৰ্ণ আইনী বা ষ্টাটিউটৰি অধিকাৰ আৰু সেৱা কেৱল সেইসমূহ ব্যক্তিৰ ক্ষেত্ৰতেই প্ৰযোজ্য, যাৰ নাম সংশ্লিষ্ট আইনত স্পষ্টভাৱে উল্লেখ আছে৷ তেওঁ কয়, শহুৰ-শাহুৱেক এই ধাৰাৰ আওতাত নপৰে৷ ফলত তেওঁলোকৰ বাবে বোৱাৰীয়েকৰ ওপৰত আইনী দায় আৰোপ কৰাৰ কোনো অধিকাৰেই নাই৷

আদালতে লগতে স্পষ্টকৈ জনাই দিছে যে নৈতিক দায়বদ্ধতা যিমানেই শক্তিশালী বা যুক্তিসংগত হলেও সেয়া আইনী বাধ্যবাধকতালৈ ৰূপান্তৰিত কৰিব নোৱাৰিব৷ যদি আইনে তাত অনুমোদন নজনায়৷ অৰ্থাৎ কেৱল নৈতিকতাৰ ভিত্তিত কাৰোবাৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰা সম্ভৱ নহয়৷

ঘটনাটো আগ্ৰাৰ৷ তাত এটা পৰিয়ালে আদালতত ২০২৫ চনৰ আগষ্ট মাহৰ এক সিদ্ধান্তক চেলেঞ্জ কৰি ৰিভিছন পিটিছন দাখিল কৰিছিল৷ তাতেই বোৱাৰীয়েকক তেওঁলোকৰ ভৰণপোষণ দিয়াৰ দাবী জনাইছিল এক প্ৰবীণ দম্পতিয়ে৷ আবেদনত জনাইছিল যে তেওঁলোক বৃদ্ধ, নিৰক্ষৰ আৰু আৰ্থিকভাৱে অসহায়৷ তেওঁলোকৰ ভৰণপোষণৰ দায়িত্ব সেয়ে বোৱাৰীয়েকে ল’ব লাগে৷

আবেদনকাৰীয়ে লগতে দাবী কৰিছিল যে তেওঁলোকৰ বোৱাৰীয়েক এগৰাকী আৰক্ষী কনিষ্টবল৷ সেয়ে তেওঁ আৰ্থিকভাৱে স্বচ্ছ্বল৷ পুত্ৰৰ মৃত্যুৰ পাছত তেওঁ সেই চাকৰি লাভ কৰিছে৷ সেয়ে এতিয়া তেওঁলোকৰ দায়িত্ব বোৱাৰীয়েকে ল’ব লাগে৷ তেওঁলোকে লগতে কৈছিল যে বোৱাৰীয়েকৰ নৈতিক দায়বদ্ধতাক আইনী বিষয় হিচাপেও লোৱা উচিত৷

আদালতে এই যুক্তি খাৰিজ কৰি দিছে৷ ন্যায়াধীশে জনাই যে নথিপত্ৰত এনে কোনো প্ৰমাণ নাই যে বোৱাৰীয়েকে চাকৰি সহানুভূতিত লাভ কৰিছে৷ ফলত এই যুক্তি গ্ৰহণযোগ্যই নহয়৷ ইয়াৰোপৰি আদালতে জনাইছে যে মৃত পুত্ৰৰ সম্পত্তিৰ উত্তৰাধিকাৰ সংক্ৰান্তিয় বিষয়ত এই ধৰণৰ সংক্ষিপ্ত ভৰণপোষণ গোচৰৰ আওঁতাত নপৰে৷ সেই বিষয়ে পৃথক আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে বিচাৰ্য৷ সকলো মিলি আদালতৰ এই ৰায়ৰ পৰা পৰিষ্কাৰ যে আইনে য’তে য’তে নিৰ্দিষ্টভাৱে কোনো দায়বদ্ধতা নিৰ্ধাৰণ কৰা নাই৷ আদালতক নৈতিকতাৰ ভিত্তিত নতুন আইন তৈয়াৰ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ
জীৱনশৈলী

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

June 2, 2026
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ
জীৱনশৈলী

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

June 2, 2026
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

June 2, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

June 2, 2026
Next Post
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.