• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

52 minutes ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

16 minutes ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

1 hour ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

2 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

2 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

2 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

3 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

3 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

4 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

4 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

5 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

5 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

editor by editor
April 6, 2026
in জীৱনশৈলী
0
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
0
SHARES
538
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ ১৪ এপ্ৰিলত সূৰ্যই বন্ধু গ্ৰহ মঙ্গলৰ ৰাশি মেষত প্ৰৱেশ কৰিব৷ সেই দিনাই পালিত হব মেষ সংক্ৰান্তি৷ নতুন সৌৰ বছৰৰ সূচনা সেইদিনাই হ’ব৷ আত্মবিশ্বাস, সন্মান, নেতৃত্ব আৰু পিতৃত্বৰ প্ৰতীক গ্ৰহ হিচাপে পৰিচিত সূৰ্য৷ মেষ ৰাশিত উচ্চ ঘৰত অৱস্থান কৰিব সূৰ্যই৷ ১৪ এপ্ৰিলৰ পুৱা ৯.৩৮ মিনিটত মেষ ৰাশিত প্ৰৱেশ কৰিব আৰু ১৫ মেৰ পুৱা ৬.২৮ মিনিট পৰ্যন্ত তাতেই থাকিব৷ জ্যোতিষ গণনাই কৈছে ইয়াৰ ফলত জীৱন সলনি হ’ব তিনি ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

সূৰ্যই ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষত প্ৰৱেশ কৰিব৷ এবছৰ পাছত সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ ফলত নতুন সৌৰ বছৰৰ সূচনা হব৷ এই গোচৰে মেষ ৰাশিৰ জাতকৰ জীৱনত নানান ইতিবাচক পৰিবৰ্তন আনিব৷ জাতকৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ ক্ষমতা আৰু প্ৰশাসন সম্পৰ্কিত কাম দ্ৰুত শেষ কৰিব পাৰে৷ জাতকৰ পদমৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি পাব৷ এই সময়ত খং নিয়ন্ত্ৰণত ৰখা জৰুৰী৷ খৰধৰকৈ কোনো সিদ্ধান্ত নোলোৱাই ভাল৷

বৃষ ৰাশি

বৃষ ৰাশিৰ বাবে এই সময় অত্যন্ত শুভ হব৷ কৰ্মজীৱনত কল্পনাতীত উন্নতি হব৷ জীৱনত আৰাম আৰু বিলাসিতা বাঢ়িব৷ স্বস্তি আৰু শান্তি উভতিব৷ জাতকৰ ধন সম্পদো বৃদ্ধি পাব৷ সৰু সৰু স্বাস্থ্যজনিত সমস্যাই আপোনাৰ ভোগাব পাৰে৷ নিজৰ শৰীৰৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ৷

কুম্ভ ৰাশি

এই গোচৰ কুম্ভ ৰাশিৰ জাতকৰ বাবে ইতিবাচক হব৷ কৰ্মজীৱন সম্পৰ্কিত সমস্যাৰ সমাধান হব৷ বেকাৰসকলে কৰ্মসংস্থান লাভ কৰিব৷ জীৱনত স্বাচ্ছন্দ্য আৰু আৰাম বৃদ্ধি পাব৷ আৰ্থিক সমস্যাৰ সমাধান হব৷ যিসকলে চাকৰি পৰিবৰ্তন বা বদলিৰ চেষ্টা কৰি আছে তেওঁলোকো সফল হব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ এই সময়ত ৰিস্ক থকা বিনিয়োগ এৰাই চলাই ভাল৷

বিপদ বাঢ়িব কাৰ কাৰ?

সূৰ্যই এমাহ ধৰি মেষ ৰাশিত অৱস্থান কৰাৰ ফলত তুলা, মীন, মকৰ, ধনু আৰু মীন ৰাশিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে৷ এই সকলো ৰাশিৰ জাতকে এই সময়ত তৰ্ক বিতৰ্ক এৰাই চলা উচিত৷ ডাঙৰ সিদ্ধান্ত এই সময়ত নোলোৱাই ভাল৷ অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰক৷ ঋতুজনিত অসুস্থতা আৰু মানসিক চাপ, কষ্ট দিব পাৰে৷ প্ৰতিকূল প্ৰভাৱ এৰাবলৈ প্ৰতিদিনে পুৱাই গা ধোৱক আৰু সূৰ্যৰ উদ্দেশ্যে পানী নিবেদন কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে
জীৱনশৈলী

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

April 6, 2026
Next Post
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.