• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

8 months ago
ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

3 minutes ago
সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

44 minutes ago
পুৰুষ কৰ্মচাৰীসকলৰ বাবে সুখবৰ, ১৪ দিনৰ বাবে কৰ্মচাৰীসকলে পাব এই সুবিধা

পুৰুষ কৰ্মচাৰীসকলৰ বাবে সুখবৰ, ১৪ দিনৰ বাবে কৰ্মচাৰীসকলে পাব এই সুবিধা

1 hour ago
৫টা ৰাশিৰ লোকে থাকিব লাগিব সাৱধান!

৫টা ৰাশিৰ লোকে থাকিব লাগিব সাৱধান!

2 hours ago
বিশ্ব কঁপি যোৱা ভয়ংকৰ দুৰ্ঘটনা, ৩১জনৰ মৃ*ত্যু, মৃ*তকৰ সংখ্যা বৃদ্ধিৰ আশংকা

বিশ্ব কঁপি যোৱা ভয়ংকৰ দুৰ্ঘটনা, ৩১জনৰ মৃ*ত্যু, মৃ*তকৰ সংখ্যা বৃদ্ধিৰ আশংকা

2 hours ago
আয়ৰ তুলনাত অধিক সম্পত্তিৰ গোচৰ, বিপদ বাঢ়িব নেকি ৰাহুল গান্ধীৰ?

আয়ৰ তুলনাত অধিক সম্পত্তিৰ গোচৰ, বিপদ বাঢ়িব নেকি ৰাহুল গান্ধীৰ?

19 hours ago
কেতুৰ প্ৰস্থানত মলামাল হ’ব এইকেইটা ৰাশি

কেতুৰ প্ৰস্থানত মলামাল হ’ব এইকেইটা ৰাশি

19 hours ago
শাসক আৰু দৈৱসূত্ৰ

শাসক আৰু দৈৱসূত্ৰ

19 hours ago
মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

20 hours ago
কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

21 hours ago
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

22 hours ago
ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ'টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

editor by editor
April 8, 2026
in জীৱনশৈলী, বিবিধ, শিক্ষা
0
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰৰ বাবে প্ৰ’টিন অতি প্ৰয়োজনীয় যদিও অত্যধিক প্ৰ’টিন ক্ষতিকাৰক হ’ব পাৰে। যদিও আজিকালি বিশেষকৈ জিমলৈ যোৱা লোকৰ মাজত উচ্চ প্ৰ’টিনযুক্ত খাদ্য ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে, তথাপিও আপুনি জানেনে অত্যধিক প্ৰ’টিনযুক্ত খাদ্যই আপোনাৰ বৃক্কৰ ক্ষতি কৰিব পাৰে। বিশেষজ্ঞৰ পৰা জানো আহক…

দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ এল এইচ ঘোটেকাৰে বুজাইছে যে, প্ৰতিজন ব্যক্তিয়ে নিজৰ শৰীৰৰ ওজনৰ ওপৰত ভিত্তি কৰি প্ৰতিদিনে এক গ্ৰাম প্ৰ’টিন সেৱন কৰিব লাগিব। উদাহৰণস্বৰূপে, কাৰোবাৰ যদি ৬০ কিলোগ্ৰাম ওজন আছে, তেন্তে তেওঁ দৈনিক ৬০ গ্ৰাম প্ৰ’টিন সেৱন কৰিব লাগিব। এই পৰিমাণৰ প্ৰ’টিন শৰীৰৰ বাবে যথেষ্ট, কিন্তু ইয়াতকৈ অধিক সেৱন কৰিলে বৃক্কত বিৰূপ প্ৰভাৱ পৰিব পাৰে । বিশেষকৈ যদি আপুনি প্ৰ’টিনৰ পৰিপূৰক গ্ৰহণ কৰে, তেন্তে ই ক্ষতিকাৰক হ’ব পাৰে।

অতিৰিক্ত প্ৰ’টিনে শৰীৰৰ কিদৰে ক্ষতি কৰে?

ডাঃ ঘোটেকাৰে বুজাইছে যে যেতিয়া অত্যধিক পৰিমাণৰ প্ৰ’টিন শৰীৰত প্ৰৱেশ কৰে, তেতিয়া বৃক্কই ইয়াক ফিল্টাৰ কৰাত অসুবিধা পায়। ইয়াৰ ফলত বৃক্কত হেঁচা পৰে। অতিৰিক্ত প্ৰটিনৰ ফলত ইউৰিয়া আৰু অন্যান্য পেলনীয়া সামগ্ৰীৰ উৎপাদনো বৃদ্ধি পায়। শৰীৰৰ পৰা এই আৱৰ্জনাবোৰ আঁতৰোৱাৰ বাবে বৃক্ক দায়বদ্ধ। অত্যধিক পৰিমাণৰ প্ৰ’টিন সেৱনে ধাৰাবাহিকভাৱে বৃক্কক অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰে আৰু এই চাপৰ ফলত বৃক্কৰ ক্ষতি হ’ব পাৰে। অৱশ্যে এইটো হঠাতে নহয়। যদি কোনোবাই বছৰ বছৰ ধৰি উচ্চ প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰি আহিছে তেন্তে তেওঁলোকৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

কোনবোৰ মানুহৰ বিপদ বেছি?

গধুৰ ৱৰ্কআউট কৰা লোকসকলে উচ্চ প্ৰ’টিনৰ ফলত ইমান ক্ষতি নহ’বও পাৰে, কিন্তু যিসকল স্বাভাৱিক আৰু অত্যধিক প্ৰ’টিন সেৱন কৰে, তেওঁলোকৰ বৃক্কৰ ক্ষতি হ’ব পাৰে। তদুপৰি যিসকলৰ ইতিমধ্যে বৃক্কৰ সমস্যা বা ডায়েবেটিছ আছে তেওঁলোকৰ বাবে উচ্চ প্ৰ’টিনযুক্ত খাদ্য আৰু অধিক বিপজ্জনক হ’ব পাৰে।

কি কৰিব?

  • ফাইবাৰ আৰু কাৰ্বহাইড্ৰেটৰ লগতে প্ৰ’টিন সেৱন কৰক।
  • যিকোনো প্ৰ’টিন পৰিপূৰক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।
  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে, দিনটোত কমেও ৭ গিলাচ পানী খাওক
  • দৈনিক ব্যায়াম কৰক

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: health care
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫টা ৰাশিৰ লোকে থাকিব লাগিব সাৱধান!
জীৱনশৈলী

৫টা ৰাশিৰ লোকে থাকিব লাগিব সাৱধান!

November 26, 2026
বিশ্ব কঁপি যোৱা ভয়ংকৰ দুৰ্ঘটনা, ৩১জনৰ মৃ*ত্যু, মৃ*তকৰ সংখ্যা বৃদ্ধিৰ আশংকা
বিশ্ব

বিশ্ব কঁপি যোৱা ভয়ংকৰ দুৰ্ঘটনা, ৩১জনৰ মৃ*ত্যু, মৃ*তকৰ সংখ্যা বৃদ্ধিৰ আশংকা

November 26, 2026
কেতুৰ প্ৰস্থানত মলামাল হ’ব এইকেইটা ৰাশি
জীৱনশৈলী

কেতুৰ প্ৰস্থানত মলামাল হ’ব এইকেইটা ৰাশি

November 25, 2026
মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট
জীৱনশৈলী

মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

November 25, 2026
Next Post
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.