• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

2 months ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

4 minutes ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

22 minutes ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

2 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

2 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

3 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

4 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

13 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

13 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

14 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

14 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

16 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

editor by editor
April 19, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!
0
SHARES
472
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি সকলোৱে প্ৰতিদিনে স্নান কৰো। কোনোবাই ঠাণ্ডা পানী বা কোনোবাই গৰম পানীৰে গা ধোৱে। সঠিকভাৱে গা ধুলে শৰীৰটো পৰিষ্কাৰ হোৱাই নহয়, স্বাস্থ্যৰ বাবেও অতি প্ৰয়োজনীয়। শাস্ত্ৰ অনুযায়ী পুৰুষে ৰাতিৰ পৰিৱৰ্তে ৰাতিপুৱা গা ধোৱাই ভাল। হিন্দু বিশ্বাস অনুসৰি ৰাতিপুৱা গা ধুই মানুহ এজনে নিজৰ ভিতৰতে ইতিবাচক শক্তি অনুভৱ কৰে।

শীত কালেই হওক বা গ্ৰীষ্ম কালেই হওক কেতিয়াও গৰম পানীৰে গা ধুব নালাগে। সদায় পৰিষ্কাৰ ঠাণ্ডা পানীৰে গা ধোৱা উচিত। বেমাৰৰ ক্ষেত্ৰতহে স্নান কৰাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰা উচিত। যদি ঠাণ্ডা পানীৰে গা ধুইছে তেন্তে প্ৰথমতে মূৰত পানী ঢালক আৰু যদি গৰম পানীৰে গা ধুইছে তেন্তে প্ৰথমে ভৰি দুখন তিয়াই লওক তাৰ পিছত গাত পানী ঢালক। ইয়াৰ ফলত শৰীৰত তেজ চলাচল সঠিক হৈ থাকে। ৰাতিপুৱাৰ তুলনাত সন্ধিয়া গা ধোৱাটো স্বাস্থ্যৰ বাবে অধিক উপকাৰী।

আয়ুৰ্বেদ আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে গা ধোৱাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা নিয়ম হ’ল-

  • অতি গৰম পানীৰে গা ধুলে ছাল শুকাই যায়, আনহাতে অতি ঠাণ্ডা পানীয়ে শৰীৰক জোকাৰি যাব পাৰে। সদায় কুহুমীয়া বা ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে। যদি গৰম পানী ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক যাতে মূৰত ঢালি নিদিয়ে, কিয়নো ইয়াৰ ফলত চুলি দুৰ্বল হ’ব পাৰে।
  • প্ৰথমে ভৰিত পানী ঢালি দিব, তাৰ পিছত পোৱালি, কঁকাল, কান্ধত আৰু শেষত মূৰত পানী ঢালি দিব। এই প্ৰক্ৰিয়াই শৰীৰৰ উষ্ণতা বজাই ৰখাত সহায় কৰে।
  • ১৫ মিনিটতকৈ অধিক সময় গা ধুব নালাগে, কিয়নো ইয়াৰ ফলত ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা আঁতৰি যায়। চাবোন বা বডি ৱাছ প্ৰধানকৈ গোটেই শৰীৰৰ পৰিৱৰ্তে ভৰিৰ তলৰ অংশ, গাত ব্যৱহাৰ কৰক, যাতে ছালখন শুকুৱাই নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

June 19, 2026
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?
জীৱনশৈলী

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

June 19, 2026
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা
ভাৰত

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

June 19, 2026
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?
বিশ্ব

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

June 19, 2026
Next Post
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ... ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ'ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.