• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

6 months ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

42 minutes ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

2 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

3 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

4 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

4 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

13 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

14 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

14 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

14 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

15 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

editor by editor
April 20, 2026
in জীৱনশৈলী
0
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?
0
SHARES
900
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰ ২০ এপ্ৰিলৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, এই সপ্তাহত থাকিব একাধিক শুভ যোগৰ প্ৰভাৱ৷ সপ্তাহৰ আৰম্ভণিতে বৃষ ৰাশিত গোচৰ কৰিছে শুক্ৰই৷ নিজৰ ঘৰত শুক্ৰৰ অৱস্থানৰ ফলত গঠিত হৈছে মালব্য ৰাজযোগ৷ পঞ্চমহাপুৰুষ ৰাজযোগৰ অন্যতম হৈছে মালব্য ৰাজযোগ৷ অত্যন্ত শক্তিশালী এই ৰাজযোগৰ প্ৰভাৱত নতুন সপ্তাহ নানান সুন্দৰ অভিজ্ঞতাৰ মাজেৰে যাব পাঁচ ৰাশিৰ জাতকৰ সময়৷ নতুন সপ্তাহত জ্ঞান, অৰ্থ আৰু প্ৰতিপত্তি লাভ কৰিব৷ জানি থওক ২০ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিল ২০২৬ৰ মাজত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হব কোন কোন ৰাশিৰ জাতকৰ?

নতুন সপ্তাহত ভাগ্য খুলিব মেষ ৰাশি

নতুন সপ্তাহত কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হব আৰু পদোন্নতি হব মেষ ৰাশিৰ জাতকৰ৷ আপুনি ক্ৰমাগত চেষ্টা কৰিলে সাফল্য অৱশ্যেই পাব৷ আৰ্থিকভাৱেও নতুন সপ্তাহ মেষৰ বাবে লাভজনক হব৷ স্বাস্থ্যৰ বিশেষ উন্নতি লক্ষ্য কৰিব৷ এই সময়ত কৰোবালৈ ওলাই গলে মনত আনন্দ থাকিব৷ সপ্তাহৰ শেষত পৰিয়ালত সুখৰ পৰিবেশে বিৰাজ কৰিব৷

নতুন সপ্তাহত ভাগ্য খুলিব মিথুন ৰাশিৰ

নতুন সপ্তাহত সাফল্য আৰু উন্নতি লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ প্ৰেম জীৱনত কিছু পৰিবৰ্তন আহিব পাৰে৷ আৰ্থিকভাৱে লাভৱান হব৷ মহিলাসকলৰ সম্পদ প্ৰাপ্তিৰ যোগ আছে৷ পৰিয়াল সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে৷ স্বাস্থ্যও পূৰ্বতকৈ ভালে থাকিব৷

নতুন সপ্তাহত ভাগ্য খুলিব সিংহ ৰাশিৰ

সিংহ ৰাশিৰ জাতকে আগন্তুক সপ্তাহত মিশ্ৰ অভিজ্ঞতাৰ সন্মুখীন হব৷ আৰ্থিকভাৱেও লাভৱান হব৷ যিমান লাভ কৰাৰ আশা আছিল সিমান লাভ নাপাব৷ কৰ্মসূত্ৰে ভ্ৰমণ লাভজনক হব৷ এই যাত্ৰাৰ সময়ত মনত কিছু সুন্দৰ স্মৃতি আপুনি গাঁথিব পাৰিব৷ পৰিয়ালত হঠাৎ কোনো ভাল ঘটনা ঘটিব পাৰে৷ মনত শান্তি থাকিব৷

নতুন সপ্তাহত ভাগ্য খুলিব মকৰ ৰাশিৰ

নতুন সপ্তাহ প্ৰেমৰ দিশৰ পৰা শুভ হব মকৰ ৰাশিৰ জাতকৰ৷ মনত শান্তি থাকিব আৰু পৰিয়ালৰ সৈতে কোৱালিটি টাইম কটাব পাৰিব৷ সপ্তাহৰ শেষত স্বাস্থ্যৰ উন্নতি হব৷ কোনো মহিলাৰ সহায়ত আপুনি নিজৰ লক্ষ্যৰ দিশত আগুৱাই যাব৷ অফিচত কোনো নতুন প্ৰকল্পৰ কাম আপুনি আৰম্ভ কৰিব পাৰে৷

নতুন সপ্তাহত ভাগ্য খুলিব মীন ৰাশিৰ

নতুন সপ্তাহত আৰ্থিকভাৱে চকুত লগা উন্নতি হব মীন ৰাশিৰ জাতকৰ৷ নতুন সপ্তাহে আপোনাৰ বাবে সম্পদ কঢ়িয়াই আনিব৷ যাত্ৰাৰ পৰা লাভ হব৷ ধৈৰ্য্য ধৰি কাম কৰক, খৰধৰ নকৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ প্ৰেম জীৱন ভালেই কটাব৷ এই সময়ত কাৰোৰে সৈতে বেছি হলিগলি নকৰিব৷ সপ্তাহৰ শেষত সকলো ঠিকেঠাকে থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি
জীৱনশৈলী

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

October 15, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
Next Post
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.