• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

3 months ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

27 minutes ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

56 minutes ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

2 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

2 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

3 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

4 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

4 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

5 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

6 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

7 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

7 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

editor by editor
April 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২২ এপ্ৰিল ২০২৬ বুধবাৰে পুৱা ৪ বাজি ৪৯ মিনিটত মীন ৰাশিত উদয় হৈছে শনি৷ জ্যোতিষ গণনাই কৈছে শনিৰ উদয় হলে তাৰ শুভ ফল পাব তিনি ৰাশিৰ জাতকে৷ কৰ্মফলৰ দেৱতাৰ টোপনি ভঙাৰ ফলত সেয়া আৰু শক্তিশালী হৈ উঠিছে৷ এই সময়ত শনিৰ প্ৰভাৱ কোনো কোনো ৰাশিৰ জাতকৰ বাবে শুভ হব৷ জানি থওক শনিৰ উদয় আশীৰ্বাদ হৈ আহিছে কোন কোন ৰাশিৰ বাবে?

মিথুন ৰাশি

মিথুন ৰাশিৰ দশম ঘৰত উদয় হৈছে শনিৰ৷ কৰ্মফলৰ দেৱতাৰ শুভ প্ৰভাৱত এই ৰাশিৰ জাতকৰ কেৰিয়াৰত নতুন দিশা আহিব৷ আপুনি পুৰণি কামৰ সুফল এই সময়ত লাভ কৰিব৷ ডিচিপ্লিন বজায় ৰাখিব মিথুন ৰাশিৰ জাতকে৷ নহলে গ্ৰহৰাজৰ ৰোষত পৰিব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ ষষ্ঠ ঘৰত উদিত হৈছে শনি৷ শনিৰ উদয়ে পজিটিভ ফলাফল কঢ়িয়াই আনিছে এই ৰাশিৰ বাবে৷ কেৰিয়াৰত সাফল্য পাব৷ চাকৰিয়ালে এই সময়ত শনিৰ প্ৰভাৱত বিশেষ উন্নতি কৰাৰ যোগ আছে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ তৃতীয় ঘৰত শনিৰ উদয় হৈছে৷ গ্ৰহৰাজৰ প্ৰভাৱত এই সময় লাভজনক হব মকৰ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ সন্মুখত প্ৰচুৰ সাফল্য লাভৰ সুযোগ আহিব৷ নিজৰ পৰিশ্ৰম আৰু দক্ষতা কামত লগাই খ্যাতিৰ শীৰ্ষলৈ যাব মকৰ ৰাশিৰ জাতক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ
বিনোদন

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

July 22, 2026
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ
বিনোদন

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

July 22, 2026
Next Post
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.