• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

4 months ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

25 minutes ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

3 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

4 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

4 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

5 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

6 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

7 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

7 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

8 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

মোৰ অলৌকিক ক্ষমতা আছে... মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

editor by editor
April 23, 2026
in জীৱনশৈলী, বিবিধ
0
মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?
0
SHARES
630
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ নাছিক চহৰত এগৰাকী স্বঘোষিত ধৰ্মগুৰুৰ বিৰুদ্ধে আধ্যাত্মিক চিকিৎসাৰ চলেৰে ২৮ বছৰীয়া এগৰাকী মহিলাক ধৰ্ষণৰ অভিযোগ উঠিছে৷ মানসিক যন্ত্ৰণাৰ পৰা মুক্তি লাভৰ আশাত সেই মহিলা ধৰ্মগুৰুৰ শৰণাপন্ন হৈছিল৷ নিৰ্যাতিতাৰ অভিযোগৰ ভিত্তিতেই অভিযুক্ত মহেশগিৰি বাবাৰ বিৰুদ্ধে ৰাজ্যখনৰ কুসংস্কাৰ বিৰোধী আইনৰ ধাৰাত এই গোচৰ দাখিল কৰা হৈছে৷

ভুক্তভোগী মহিলা নাছিকৰ এখন বেচৰকাৰী হাস্পতালৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত৷ পাৰিবাৰিক সমস্যা আৰু মানসিক স্বাস্থ্যৰ অৱনতিৰ কাৰণে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক সেই ধৰ্মগুৰুৰ কাষলৈ লৈ গৈছিল৷ নিজৰ অলৌকিক ক্ষমতাৰ দাবী কৰি সেই অভিযুক্তই ব্যক্তিগৰাকীৰ পৰিয়ালক জনায় যে সেই মহিলাৰ ওপৰত কোনো অশুভ আত্মাই ভৰ কৰিছে৷ তেওঁ মহিলাক সুস্থ কৰি তোলাৰো প্ৰতিশ্ৰুতি দিয়ে৷

অভিযোগ অনুসৰি সেই ধৰ্মগুৰুৱে মহিলাক প্ৰতি বৃহস্পতিবাৰে প্ৰাৰ্থনাত অংশ লবলৈ কয় আৰু ধীৰে ধীৰে তেওঁৰ মোবাইল ফোনত ব্যক্তিগত আৰু অশ্লীল বাৰ্তা পঠিয়াবলৈ আৰম্ভ কৰে৷ ২০২৪ চনৰ আগষ্ট মাহত তেওঁ সেই মহিলাক এক নিৰ্জন স্থানলৈ আহিবলৈ কয় আৰু তাতেই তেওঁৰ বাহনত ওঠাই এখন লজলৈ লৈ যোৱা বুলি অভিযোগ৷

মহিলাগৰাকীয়ে বাধা দিয়াৰ চেষ্টা কৰিলে অভিযুক্তই তেওঁৰ নিজৰ হাতৰ ৰুদ্ৰাক্ষ দেখুৱাই ধমকি দিয়ে আৰু কয়, ‘মোৰ অলৌকিক ক্ষমতা আছে৷ তুমি কোনোধৰণেই মোক বাধা দিব নোৱৰা’ ইয়াৰপাছতেই তেওঁ জোৰকৰি মহিলাৰ সৈতে যৌন সম্পৰ্কও গঢ়ে৷ ইয়াৰোপৰি তেওঁ সেই মহিলাৰ নগ্ন ছবিও তুলিছে বুলি অভিযোগ উত্থাপিত হৈছে৷

অভিযোগত আৰু লগতে কোৱা হৈছে যে পৰবৰ্তীসময়ত সেই মহিলাই যেতিয়া তেওঁৰ আত্মীয়ৰ আগত এই কথা প্ৰকাশ কৰে তেতিয়া অভিযুক্তৰ ধমকিৰ মাত্ৰা আৰু বাঢ়ি যায়৷ তেওঁ সেই মহিলাক তেওঁৰ কাৰ্যালয়লৈ মাতি পঠিয়াই৷ নিজকে এজন গুণ্ডা হিচাপে দাবী কৰে আৰু আৰক্ষীৰ ওচৰত নাযাবলৈ সতৰ্ক কৰি দিয়ে৷ ইয়াৰোপৰি তেওঁ সেই মহিলাৰ মোবাইল ফোনটো কাঢ়ি লয় আৰু নিৰ্যাতনৰ সৈতে সম্পৰ্কিত সকলো বাৰ্তা আৰু অন্যান্য প্ৰমাণো মোহাৰি পেলায়৷

ভয়ৰ কাৰণে কিছুদিন চুপ থকাৰ পাছত নিৰ্যাতিতাই সহায়ৰ বাবে কুসংস্কাৰ বিৰোধী সংগঠন অন্ধশ্ৰদ্ধাৰ নিৰ্মূলন সমিতিৰ দ্বাৰস্থ হয়৷ ইয়াৰপাছতেই মহাৰাষ্ট্ৰ আৰক্ষীৰ ওচৰত এন আনুষ্ঠানিক অভিযোগ দাখিল কৰে৷ বৰ্তমান এই ঘটনা তদন্ত আওতাত আছে৷

উল্লেখ্য যে নাছিক চহৰৰ অশোক খাৰাত নামৰ আৰু এজন স্বঘোষিত ধৰ্মগুৰুৰ বিৰুদ্ধেও এই ধৰণৰ এক অভিযোগৰ ঘটনা সন্মুখলৈ আহিছিল৷ বিগত মাৰ্চ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷ এগৰাকী বিবাহিত মহিলাই অভিযোগ কৰিছিল যে সেই ব্যক্তিয়ে বিগত তিনি বছৰ ধৰি তেওঁক বাৰে বাৰে ধৰ্ষণ কৰিছিল৷ ইয়াৰোপৰি তেওঁৰ বিৰুদ্ধে প্ৰতাৰণা কৰি যৌন সম্পৰ্ক স্থাপনসহ আৰু বেছ কিছু গুৰুতৰ অপৰাধৰ অভিযোগো আছে৷ ইয়াৰ মাজতে ২০১৩ চনৰ মহাৰাষ্ট্ৰ মানৱ বলিদান আৰু অন্যান্য অমানৱিক কুপ্ৰথা আৰু কলাজাদু প্ৰতিৰোধ আৰু নিৰ্মূল আইন লঙ্ঘনৰ অভিযোগো অন্তৰ্ভুক্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.