• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

6 months ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

41 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

2 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

10 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

12 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

14 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

14 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

15 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

editor by editor
April 23, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া দুটা গ্ৰহ একত্ৰিত হয় তেতিয়া তাৰ প্ৰভাৱ সমস্ত ৰাশিৰ ওপৰত পৰে৷ ২২ এপ্ৰিলত বুধে ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিছে আৰু এতিয়া মঙ্গলেও ২৪ এপ্ৰিলত এই নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই দুটা গ্ৰহৰ সংযোগত এক চমৎকাৰ যুঁটি তৈয়াৰ হব৷ যিয়ে চাৰিটা ৰাশিৰ বাবে সকলোতকৈ উপকাৰী হব৷ জানি থওক লাকী ৰাশি কি কি?

মেষ ৰাশি

এই সংযোগ মেষ ৰাশিৰ বাবে অত্যন্ত শুভ বুলি ধাৰণা কৰা হৈছে৷ আপোনাৰ সাহস বৃদ্ধি পাব৷ এক ডাঙৰ ব্যৱসায়িক চুক্তি চূড়ান্ত হব৷ উল্লেখযোগ্য উপাৰ্জনৰ বাবে শুভ সম্ভাৱনা দেখা গৈছে৷ আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী হব৷ আপুনি যি কৰিব তাতেই সাফল্য পাব৷ নতুন চাকৰি লাভৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

এই সংযোগ আপোনাৰ ৰাশিৰ বাবেও শুভ বুলি ধাৰণা কৰা হৈছে৷ হঠাৎ আৰ্থিক লাভ হব৷ ৰৈ থকা প্ৰকল্পসমূহ সম্পন্ন হব৷ আপোনাৰ যিকোনো উদ্যোগেই প্ৰচুৰ লাভাম্বিত হব৷ বিদেশত চাকৰি লাভৰ সপোন পূৰণ হব৷ আপোনাৰ আয় উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷

কন্যা ৰাশি

কৰ্মজীৱনত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ শুভ সুযোগ আহিব৷ ২৪ এপ্ৰিলৰ পৰা আপোনাৰ সুবৰ্ণ সময় আৰম্ভ হৈছে৷ আপুনি যদি ব্যৱসায় কৰিছে তেন্তে এক ডাঙৰ চুক্তি চূড়ান্ত হব পাৰে৷ ঘৰ বা যানবাহন কিনাৰ শুভ সুযোগ আহিছে৷

ধনু ৰাশি

বুধ আৰু মঙ্গলৰ সংযোগ ধনু ৰাশিৰ বাবেও শুভ বুলি ধাৰণা কৰা হৈছে৷ বিনিয়োগৰ পৰা উল্লেখযোগ্য লাভ হব আৰু ৰৈ থকা অৰ্থ পুনৰুদ্ধাৰ হব পাৰে৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হব৷ ঘৰত শুভ ঘটনা ঘটিব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ বেছি শক্তিশালী হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
Next Post
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.