• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

3 months ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

7 minutes ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

48 minutes ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

10 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

10 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

11 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

12 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

13 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

13 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

14 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

15 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

16 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

editor by editor
April 23, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ষ্টক মাৰ্কেটৰ অস্থিৰতা আৰু মিউচুৱেল ফাণ্ডৰ বিপদৰ মাজতে ভাৰতীয়ৰ এক বৃহৎ অংশই এতিয়া বিনিয়োগৰ বাবে বেংকৰ ফিক্সড ডিপ’জিটৰ ওপৰত নিৰ্ভৰশীল হৈছে। ইয়াৰ মূল কাৰণ হৈছে বিনিয়োগৰ সুৰক্ষা আৰু নিশ্চিত লাভ। দেশৰ অন্যতম আগশাৰীৰ চৰকাৰী বেংক পঞ্জাব নেশ্যনেল বেংকে গ্ৰাহকৰ বাবে কঢ়িয়াই আনিছে এক উৎকৃষ্ট সঞ্চয়ৰ সুযোগ।
পঞ্জাৱ নেচনেল বেংকে বিভিন্ন কাৰ্যকালৰ বাবে গ্ৰাহকক বছৰি ৩.০০%ৰ পৰা ৭.৪০%লৈকে সুতৰ হাৰ আগবঢ়াইছে। এই বেংকত নূন্যতম ৭ দিনৰ পৰা সৰ্বাধিক ১০ বছৰলৈকে ধন জমা কৰিব পাৰিব। শেহতীয়াকৈ এই বেংকে সুদৰ হাৰ সংশোধন কৰিছে, যাৰ ফলত বিনিয়োগকাৰীয়ে এতিয়া পূৰ্বতকৈ উন্নত ৰিটাৰ্ণ লাভ কৰিব৷
৩ বছৰৰ এফ ডিত আপুনি কিমান সুদ পাব?
৩৬ মাহৰ বাবে অৰ্থাৎ ৩ বছৰৰ বাবে পঞ্জাব নেচনেল বেংকত ১,০০,০০০  (পিএনবি) টকা জমা ৰাখে তেতিয়া আপুনি পোৱা ৰিটাৰ্ণ কিমান হ’ব? সাধাৰণ গ্ৰাহকৰ বাবে ৩ বছৰৰ এফ ডিৰ ওপৰত অতি ভাল সুদৰ হাৰ আগবঢ়োৱা হৈছে। যদি আপুনি ১ লাখ টকা জমা দিয়ে তেন্তে মেচিউৰিটিৰ সময়ত সুদ হিচাপে ২০,৬২৬ টকা পাব। অৰ্থাৎ ৩ বছৰৰ পাছত মুঠ ১,২০,৬২৬ টকা আপোনাক ঘূৰাই দিয়া হ’ব।
জ্যেষ্ঠ আৰু ছুপাৰ চিনিয়ৰ নাগৰিকৰ বাবে ৰিটাৰ্ণ
বেংকে সাধাৰণতে জ্যেষ্ঠ নাগৰিকসকলক অধিক সুদৰ হাৰ প্ৰদান কৰে। জ্যেষ্ঠ নাগৰিকৰ বাবে পিএনবিত ১ লাখ টকাৰ বিনিয়োগত প্ৰায় ২২,৪২০ টকাৰ সুদ লাভ কৰিব। ফলত মেচিউৰিটিৰ সময়ত তেওঁলোকৰ মুঠ ধন হ’ব ১,২২,৪২০ টকা।
আনহাতে ৮০ বছৰৰ ওপৰৰ বিনিয়োগকাৰীয়ে (ছুপাৰ চিনিয়ৰ) সৰ্বাধিক সুবিধা লাভ কৰে। ১ লাখ টকাৰ ওপৰত প্ৰায় ২৩,৫০৮ টকা নিৰ্দিষ্ট সুদ দিয়া হ’ব। ফলত তেওঁলোকে মেচিউৰিটিৰ সময়ত মুঠ ১,২৩,৫০৮ টকা লাভ কৰিব।
পিএনবিৰ বিশেষ ৪৪৪ দিনীয়া এফডি আঁচনি
পঞ্জাব নেচনেল বেংকে বৰ্তমান ৪৪৪ দিনীয়া বিশেষ ফিক্সড ডিপ’জিট (এফডি) আঁচনিৰ সৰ্বোচ্চ সুদৰ হাৰ আগবঢ়াইছে। এই আঁচনিখনত গ্ৰাহকে বছৰি ৬.৬০%ৰ পৰা ৭.৪০%লৈকে সুদ লাভ কৰি আছে। যদি আপুনি কম সময়ৰ ভিতৰতে অধিক উপাৰ্জন কৰিব বিচাৰে তেন্তে এই আঁচনিখন আপোনাৰ বাবে অতি উত্তম বিকল্প হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
Next Post
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.