• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

4 months ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

29 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

1 hour ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

1 hour ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

2 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

3 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

4 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

4 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

5 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

6 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

7 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

editor by editor
April 25, 2026
in জীৱনশৈলী
0
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
0
SHARES
722
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ২৭ এপ্ৰিলৰ পৰা যি নতুন সপ্তাহৰ আৰম্ভ হ’ব সেই সপ্তাহত একাধিক শুভ যোগৰ প্ৰভাৱত ভাগ্য চমকি উঠিব ৫ ৰাশিৰ জাতকৰ৷ এপ্ৰিলৰ শেষ আৰু মে মাহৰ আৰম্ভমিতে এই সপ্তাহত থাকিব নীচভংগ ৰাজযোগ আৰু ধন যোগৰ প্ৰভাৱ৷ সপ্তাহৰ আৰম্ভণিতে নিজৰ নিম্নতম ৰাশি মীনত গোচৰ কৰিব বুধে৷ মীন ৰাশিত বুধে অৱস্থান কৰিলে গঠিত হব নীচভঙ্গ ৰাজযোগ৷ ইয়াৰ ওপৰিও চন্দ্ৰ আৰু মঙ্গল পৰস্পৰৰ পৰা সপ্তম ঘৰত অৱস্থান কৰাত গঠিত হব ধন যোগ৷ এই দুই যোগৰ প্ৰভাৱত নতুন সপ্তাহত নানান সুন্দৰ অভিজ্ঞতা লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক ২৭ এপ্ৰিলৰ পৰা ৩ মে ২০২৬ৰ ভিতৰত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

আগন্তুক সপ্তাহত বৃষ ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত উন্নতি কৰিব৷ সপ্তাহৰ আৰম্ভণিতে কেৰিয়াৰ সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷ ভাৱিচিন্তি সিদ্ধান্ত ল’লে ই আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব৷ এইবাৰ খৰচ বেছি হব৷ কোনো কাৰণত বেছি আৱেগপ্ৰৱণ হৈ পৰিব৷ প্ৰেম জীৱন নতুনকৈ আৰম্ভ হব৷

মিথুন ৰাশি

নতুন সপ্তাহত ভাল সময় কটাব মিথুন ৰাশিৰ জাতকে৷ পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব৷ স্বাস্থ্যক লৈ কিছু উদ্বিগ্ন হ’ব পাৰে৷ কোনো মহিলাৰ সহায়ত জীৱনলৈ শান্তি আহিব৷ কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ যোগ আছে৷ পুৰণি বাকী থকা কাম শেষ কৰিলে মনলৈ শান্তি আহিব৷ নিজৰ পৰিশ্ৰমৰ মূল্য পাব৷

কৰ্কট ৰাশি

খুবেই ব্যস্ততাৰ সৈতে আগন্তুক সপ্তাহ কটাব কৰ্কট ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত বৃহৎ উন্নতি কৰাৰ সুযোগ আছে আপোনাৰ সন্মুখত৷ পাৰ্টনাৰৰ সৈতে পাৰস্পৰক ভালপোৱা বাঢ়িব৷ প্ৰেম জীৱন আৰু আকৰ্ষণীয় হৈ উঠিব৷ আৰ্থিক পৰিস্থিতি স্থিতিশীল থাকিব৷ ব্যক্তিগত হওক বা কামৰ সূত্ৰে ভ্ৰমণ কৰিলে সেয়া লাভজনক হব৷

কন্যা ৰাশি

নতুন সপ্তাহত এটাৰ পাছত আনটো সুখবৰ আহিব কন্যা ৰাশিৰ জাতকলৈ৷ সম্পদ বৃদ্ধি হব পাৰে৷ শৰীৰ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷ পৰিয়ালৰ কোনো মহিলাৰ পৰা বিশেষ সহায় পাব পাৰে৷ সংসাৰত সুখ শান্তি থাকিব৷ সপ্তাহত শেষত কেৰিয়াৰত বিশেষ উন্নতি কৰাৰ যোগ আছে৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷

ধনু ৰাশি

আগন্তুক সপ্তাহত আৰ্থিক বিষয়ত উন্নতি কৰাৰ যোগ আছে ধনু ৰাশিৰ জাতকৰ সন্মুখত৷ পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত আপুনি সফলতা অৰ্জন কৰিব৷ স্বাস্থ্যৰ উন্নতি হব৷ প্ৰেম আৰু দাম্পত্য জীৱন ভালে কটাব৷ নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক৷ পৰিয়ালৰ পৰিবেশ ভালে থাকিব৷ মনোযোগেৰে কাম কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

September 2, 2026
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়
জীৱনশৈলী

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

September 2, 2026
Next Post
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.