নিৰ্বাচনী ৰিজাল্টৰ ধামখুমীয়াৰ মাজতে গৰিমা শইকীয়া গাৰ্গে বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত৷ জুবিন গাৰ্গে ন্যায় পাওক বুলি লিখি গৰিমা গাৰ্গে সামাজিক মাধ্যমত লিখিছে,
‘তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক.. সফলতাৰ আৰু সত্যৰ হওঁক !
দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত থকা আমাৰ আস্থা সদায় সত্য প্ৰমাণিত হওঁক
ৰাইজৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনা বিশাল শক্তিশালী হৈ ৰওক !
প্ৰতিজন সঁচা অসমীয়াৰ স্বাভিমান আৰু আবেগ সত্য,শুদ্ধ আৰু ন্যায়ৰ প্ৰতীক হৈ থাকক
’এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ