• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

5 months ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

20 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

39 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

56 minutes ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

2 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

3 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

4 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

editor by editor
May 4, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী
0
SHARES
507
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ পৰাজয়ৰ পাছতেই চৌদিশে চলিছে চৰ্চা৷ ৩গগৈৰ ভিতৰত ২ গগৈয়ে পৰাজয়বৰণ কৰিছে৷ গৌৰৱ গগৈৰ শোচনীয় পৰাজয়ৰ পাছতেই তেওঁৰ বিপৰীতে থকা বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে নিজৰ মত ৰাখিছে৷ জয়ৰ পাছতেই মুখ খুলিছে হিতেন্দ্ৰ নাথ গোস্বামীয়ে৷

হিতেন্দ্ৰ নাথ গোস্বামীয়ে কৈছে- গৌৰৱ হাৰিলে, উপায়তো নাই৷ মোৰ ব্যক্তিগতভাৱে কাৰো লগত শত্ৰুতা নাই৷ কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা৷ আমাৰ যোৰহাটৰ ৰাজনীতি অলপ বেলেগ৷ গৌৰৱক ব্যক্তিগত আক্ৰমণ নকৰিব, ময়ো নকৰো৷ আমি সকলো বন্ধু৷ ৰাজনৈতিকভাৱেহে আমি পৃথক৷ কংগ্ৰেছীসকলক কৈছো বেয়া নাপাব, যি হ’ল হ’ল আকৌ চেষ্টা কৰিব৷ গৌৰৱক মই আগতেও কৈছো, পাৰ্লিয়ামেণ্টৰী হিচাপে গৌৰৱ ভাল৷ অসমে ভাল এজন তাৰ্কিক বিধানসভাত পালেহেতেন কিন্তু নহ’ল৷ আগতে মোৰ দৃষ্টিত তিনিজনে ভাল তাৰ্কিক আছে হেম বৰুৱা, দীনেশ গোস্বামী আৰু তাৰপিছতে গৌৰৱ৷ গৌৰৱৰ লেকচাৰ শুনি মই আপ্লুত হওঁ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন