• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

1 hour ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

19 minutes ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

44 minutes ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

2 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

2 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

2 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

3 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

4 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

4 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

5 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

6 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

7 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল'লে সকলো ক্ষমতা

editor by editor
May 7, 2026
in বিবিধ, ৰাজনীতি, লেখা
0
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিম বংগৰ ৰাজ্যপাল আৰ.এন. ৰবিয়ে বৃহস্পতিবাৰে বংগ বিধানসভা ভংগ কৰে। এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে। এই বিজয়ৰ পিছতে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পোহৰত পশ্চিম বংগৰ বৰ্তমানৰ ৰাজ্যপাল আৰ.এন. ৰবি, ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

ভাৰতৰ সংবিধানৰ ১৭৪ নং অনুচ্ছেদৰ দফা (2)ৰ উপ-দফা (b)ৰ অধীনত প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি তেওঁ পশ্চিম বংগ বিধানসভা ভংগ কৰাৰ নিৰ্দেশ দিছে ।

এই ঘোষণা ৬ মে’, ২০২৬ তাৰিখ বুধবাৰে প্ৰকাশিত বিশেষ অধিসূচনা (অধিসূচনা নং: ২৭৫-পিএ/১এল-০৩/২০২৬)ত কৰা হৈছে। চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ৭ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ চলিত বিধানসভা আনুষ্ঠানিকভাৱে ভংগ কৰা হ’ব।

ৰাজ্যপালে বিধানসভা ভংগ কৰে

ৰাজ্যপাল আৰ.এন.ৰবিয়ে স্বাক্ষৰ কৰে এই আদেশত। ৰবি, ৰাজহুৱা স্বাৰ্থত প্ৰকাশ কৰিছিল ৰাজ্যৰ মুখ্য সচিব দুষ্যন্ত নাৰিয়ালা (আই এ এছ)য়ে। সাধাৰণতে নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে নিৰ্বাচনৰ পিছত পুৰণি বিধানসভা ভংগ কৰাটো সাংবিধানিক নিয়ম।

এই আদেশে ১৭ নং বিধানসভাৰ কাৰ্যকালৰ অন্ত পেলায় আৰু নৱনিৰ্বাচিত প্ৰতিনিধিৰে ১৮ নং বিধানসভা গঠনৰ পথ প্ৰশস্ত কৰে। আগন্তুক কেইদিনমানৰ পৰা নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ আৰু নতুন বিধানসভাৰ প্ৰথম অধিৱেশন আহ্বানৰ কাম আৰম্ভ হ’ব বুলি আশা কৰা হৈছে।

মমতাই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ২৯৩ খন আসনৰ ভিতৰত ২০৭ খন আসনত বিজেপিয়ে জয়লাভ কৰিছিল, আৰু প্ৰথমবাৰৰ বাবে বংগত বিজেপি চৰকাৰ গঠন হ’বলৈ সাজু হৈছে। মমতা বেনাৰ্জীৰ দলটোৱে এই নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়, ১৫ বছৰৰ পাছত মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা উৎখাত কৰা হৈছে।

নিৰ্বাচনৰ পিছত মমতা বেনাৰ্জীয়ে প্ৰায় ১০০খন আসনত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি কয় যে তেওঁ পৰাস্ত হোৱা নাই, কিন্তু বলপূৰ্বকভাৱে পৰাস্ত হৈছে। মুখ্যমন্ত্ৰী পদৰ পৰাও পদত্যাগ কৰিবলৈও অস্বীকাৰ কৰে ছানীয়ে। তেওঁৰ অস্বীকাৰৰ পিছতে ৰাজ্যপালগৰাকীয়ে বিধানসভা ভংগ কৰি মমতা বেনাৰ্জীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ অন্ত পেলায়।

৯ মে’ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান

আনহাতে বিজেপিয়ে নতুন চৰকাৰ গঠনৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ বৃহস্পতিবাৰে নিশা কলকাতাত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শুকুৰবাৰে নৱনিৰ্বাচিত বিজেপি বিধায়কৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত নিৰ্বাচিত হ’ব বিধায়িনী দলৰ নেতা। ইয়াৰ পিছতে ৯ মে’ত কলকাতাৰ ব্ৰিগেড খেলপথাৰত শপত গ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰবীন্দ্ৰ জয়ন্তীৰ দিনা ব্ৰিগেডত অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শপতগ্ৰহণ। ডাবল ইঞ্জিন চৰকাৰে জনসাধাৰণক সাক্ষী হিচাপে লৈ যাত্ৰা আৰম্ভ কৰিব। শনিবাৰে ব্ৰিগেডত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। বিজেপি শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত এছ পি জি আৰু কলকাতা আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিব। ব্ৰিগেডৰ বাহিৰত নিৰাপত্তাৰ দায়িত্ব ল’ব কেন্দ্ৰীয় বাহিনী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?
জীৱনশৈলী

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

May 7, 2026
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!
বিনোদন

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

May 7, 2026
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?
বিনোদন

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

May 7, 2026
Next Post
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা... কুণ্ডলীত আছে নেকি কোনো দোষ?

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ'ব পাৰে PCOD ৰ লক্ষণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.