• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমত ২ লাখ ২১ হাজাৰ ৫০০ ক’ভিড ভেকচিন

অসমত ২ লাখ ২১ হাজাৰ ৫০০ ক’ভিড ভেকচিন

5 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

27 minutes ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

53 minutes ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

2 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

2 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

4 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

5 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

6 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

6 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

7 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

7 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

23 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

অসমত ২ লাখ ২১ হাজাৰ ৫০০ ক’ভিড ভেকচিন

এদিনত ৬,৫০০ জনক ভেকচিন প্ৰদানৰ লক্ষ্য

editor by editor
January 15, 2021
in অসম, ক'ভিড-১৯
0
অসমত ২ লাখ ২১ হাজাৰ ৫০০ ক’ভিড ভেকচিন
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শনিবাৰৰ পৰা দেশজুৰি প্ৰদান কৰা হ’ব ক’ৰোনা প্ৰতিষেধক। অসমত কেনেদৰে প্ৰদান কৰা হ’ব ভেকচিন? সংবাদমেল যোগে এই সন্দর্ভত সবিশেষ জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পর্যায়ত ক’ভিড যোদ্ধাসকলক দিয়া হ’ব ক’ভিড ভেকচিন। দ্বিতীয় পর্যায়ত সন্মুখৰ পৰা যুঁজ দিয়া সকলক,  তৃতীয় পর্যায়ত ৫০ৰ উৰ্দ্ধৰ লোকসকলক দিয়া হ’ব টিকা। ইতিমধ্যে অসম আহি পাইছেহি ২ লাখ ২১ হাজাৰ ৫০০ ক’ভিড ভেকচিন। ক’ভিশ্বিল্ড লোৱাৰ পূৰ্বে অনুমতি প্ৰদান কৰিব লাগিব। প্ৰথম ড’জ লোৱাৰ পাছত ২৪ দিনত দ্বিতীয় ড’জ ল’ব লাগিব। ভেকচিন ল’বলৈ ১০ জন গোট খালেহে ষ্ট্ৰীপ খোলা হ’ব, দ্বিতীয় ড’জ লোৱাৰ ১৪ দিন পিছত তৃতীয় ড’জ ভেকচিন ল’ব লাগিব। ৪৫ দিন পিছতহে ক’ভিড প্ৰতিৰোধ ক্ষমতা সক্ৰিয় হ’ব। ৰাজ্যত ৩৫ টা কেন্দ্ৰত দিয়া হ’ব ক’ভিড ভেকচিন। ইতিমধ্যে নাম পঞ্জীয়ন কৰা ২.৯ লাখ হিতাধিকাৰীয়ে লাভ কৰিব এই টীকা। ক’ভাক্সিন সম্পূৰ্ণৰূপে ভাৰততেই উৎপাদন হ’ব। ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন এই দুটা ভেকচিনেই স্বীকৃতি পাইছে। ইতিমধ্যে ৩০ কোটিতকৈয়ো অধিক লোকক সামৰি লোৱাৰ টাৰ্গেট। পশ্চিমীয়া দেশত এতিয়াও ক’ভিডৰ সংক্ৰমণ বাঢ়িয়েই আছে। কমিউনিটী লেভেলত ক’ভিড বহুত দিনলৈকে থাকিব।  আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হ’লে আকৌ বাঢ়িব পাৰে ক’ভিড। gmch, tmch, নগাঁও চিভিল হাস্পতালত কাইলৈ আৰম্ভ হ’ব ক’ভিড টীকা প্ৰদান। প্ৰথমে ১২ গৰাকী চিকিৎসকক দিয়া হ’ব ক’ভিড ভেকচিন। তেওঁলোক ডাঃ উমেশ শৰ্মা, ডাঃ ধ্ৰুৱজ্যোতি শৰ্মা, পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী, ডাঃ বিভা চন্দ্ৰ গোস্বামী, ডাঃ সুভাষ খান্না, ডাঃ হৰ্ষ ভট্টাচাৰ্য, ডাঃ ৰথীন্দ্ৰ গোস্বামী, ডাঃ অচ্যুত বৈশ্য, ডাঃ অভিজিত শৰ্মা, ডাঃ ব্ৰজেন লহকৰ, ডাঃ মনোজ অধিকাৰী। ৩.৮০ লাখ ভেকচিন পাব অসমে। আহি পাইছে ২ লাখ ২১ হাজাৰ ৫০০ ভেকচিন। অসমত এদিনত ৬,৫০০ জনক ভেকচিন দিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত সকলো ভেকচিন বিনামূলীয়া হ’ব। পিছৰ পৰ্যায়ত যদি পইচা দিব লাগে সেয়া কেন্দ্ৰই এতিয়াও জনোৱা নাই। এই কথা জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে দিবলগীয়া হ’লে জনতাই দিয়া ধনেই ব্যৱহাৰ কৰিব। ক’ভিডৰ সময়ত জনতাই আগবঢ়োৱা ধন জমা হৈ থকা বুলি জনায় মন্ত্ৰীগৰাকীয়ে। ক’ভিড ভেকচিনে ৭০ শতাংশ সক্ষমতা দেখুৱাইছে। ভেকচিন দিয়া নহয় গৰ্ভৱতী মহিলা আৰু ১৪ বছৰৰ তলৰ শিশুক। ভেকচিন ল’লে বিভিন্ন লক্ষণে দেখা দিব পাৰে। জ্বৰ, বমিও হ’ব পাৰে ভেকচিন ল’লে। এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid vaccine in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
Next Post
শেষ হ’ব নেকি প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক ইনিংছ?

শেষ হ’ব নেকি প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক ইনিংছ?

ধুবুৰী-কোকৰাঝাৰৰ গৰুৰ অবৈধ বেহা, আঁৰত কোন?

ধুবুৰী-কোকৰাঝাৰৰ গৰুৰ অবৈধ বেহা, আঁৰত কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.