আদম আলী কাৰাগাৰৰ পৰা ওলোৱাৰ পাছতে ধুবুৰী-কোকৰাঝাৰত পুনৰ আৰম্ভ গৰুৰ ছিণ্ডিকেট। এই ছিণ্ডিকেটৰ আঁৰত কোন কোন?