• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

1 hour ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

10 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

51 minutes ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

2 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

3 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

4 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

4 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

5 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

7 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

editor by editor
May 26, 2026
in জীৱনশৈলী
0
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি
0
SHARES
778
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৭ মে ২০২৬ বুধবাৰে বৈদিক পঞ্জিকা অনুসৰি জেঠৰ শুক্লা একাদশী তিথি৷ কাইলৈ পালিত হ’ব পদ্মিনী একাদশী৷ এই সময়ত বৃষ ৰাশিত গোচৰ কৰিছে সূৰ্যই৷ চন্দ্ৰই কাইলৈ কন্যা ৰাশি এৰি তুলা ৰাশিত গোচৰ কৰিব৷ ইয়াৰোপৰি কাইলৈ থাকিব হস্ত নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ৷ কাইলৈ দিনৰ প্ৰখমাৰ্ধত থাকিব গজকেশৰী যোগ৷ ইয়াৰোপৰি কাইলৈ চন্দ্ৰ আৰু মঙ্গলৰ প্ৰভাৱত থাকিব ধন যোগ৷ ইয়াৰ সৈতে সূৰ্য আৰু বুধৰ মিলনত বৃষ ৰাশিত থাকিব বুধাদিত্য ৰাজযোগ৷ কাইলৈ আৰু যিসমূহ শুভ যোগ থাকিব সেইসমূহ হৈছে ব্যাতিপত যোগ, বৰিয়ান যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগ৷ জ্যোতিষ অনুসৰি বুধবাৰ সৈতে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ সৌভাগ্য তুংগত থাকিব এই ৫ৰাশিৰ জাতকৰ৷ জানি থওক তালিকাত কোন কোন ৰাশি আছে?

মেষ ৰাশি

কাইলৈ ২৭ মে ধন যোগৰ প্ৰভাৱত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ সিদ্ধিদাতাৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈ দিনটো অত্যন্ত শুভ৷ দাম্পত্য জীৱনত কাইলৈ আনন্দ বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব মেষৰ জাতকে৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷

বৃষ ৰাশি

কাইলৈ পদ্মিনী একাদশীৰ শুভ প্ৰভাৱত লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আনন্দ আৰু শান্তিয়ে আপোনাৰ মনত বিৰাজ কৰিব৷ ঘৰ বা বাহন কিনাৰ দীৰ্ঘদিনৰ ইচ্ছা কাইলৈ পূৰণ হ’ব পাৰে বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ পেছাগত জীৱনত কিছু শুভ পৰিবৰ্তন আহিব পাৰে৷ পৰিশ্ৰম কৰিলে তাৰ শুভ ফল অৱশ্যেই লাভ কৰিব৷ ভাল কোম্পানীত চাকৰি পাব পাৰে৷

মিথুন ৰাশি

বুধাদিত্য যোগৰ প্রভাৱত কাইলৈ ধন লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি ভাল হ’ব৷ সকলো কামতে প্ৰচুৰ সাফল্য পাব পাৰে৷ পৰিয়ালৰ সৈতে কাইলৈ সুখৰ সময় কটাব পাৰে আপুনি৷ ইয়াৰ ফলত আপোনাৰ মনত শান্তি থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে কাইলৈ সুখবৰ পাব পাৰে৷ অফিচৰ পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব৷

সিংহ ৰাশি

হস্ত নক্ষত্ৰত সূৰ্যৰ আশীৰ্বাদ বৰ্ষিত হ’ব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত শুভ অনুষ্ঠান হ’ব পাৰে৷ কাইলৈ সিংহ জাতকৰ ব্যৱহাৰত কিছু খং আৰু আক্ৰমণাত্মক আচৰণ দেখা যাব পাৰে৷ কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে সিংহ ৰাশিৰ জাতক৷ নিজৰ পৰিশ্ৰমৰ ফল পাব৷ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷

তুলা ৰাশি

ধন যোগৰ শুভ প্ৰভাৱ কাইলৈ তুলা ৰাশিৰ জাতকৰ ওপৰত থাকিব৷ নিজৰ নেটৱৰ্ক বহুপৰিমাণে বঢ়াব পাৰিব আপুনি৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব আপুনি৷ সকলোৰে সৈতে ভাল সম্পৰ্ক বৰ্তি থাকিব৷ মানসিক চাপমুক্ত হৈ কাইলৈ দিনটো কটাব পাৰিব৷ নিজৰ কোনো লক্ষ্য পূৰণ কৰিব তুলাৰা জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
জীৱনশৈলী

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?
জীৱনশৈলী

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

May 26, 2026
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

May 26, 2026
Next Post
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.