• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

2 hours ago
জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

2 minutes ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

20 minutes ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

1 hour ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

2 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

3 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

4 hours ago
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

editor by editor
June 2, 2026
in জীৱনশৈলী, বিনোদন
0
মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২২ চনৰ জুলাই মাহত হঠাৎ সকলোকে অবাক কৰি দিয়ে সুস্মিতা সেনৰ কেইখনমান ছবিয়ে৷ উদ্যোগপতি আৰু প্ৰাক্তন আইপিএলৰ চেয়াৰমেন ললিত মোদীৰ সৈতে সুস্মিতাৰ ঘনিষ্ঠ কেইখনমান ফটো মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিল৷ বহুতেই এই ফটো দেখি সুস্মিতাক ললিত মোদীৰ জীৱনসংগী বুলিও আখ্যা দিলে৷ সেই সময়তে সুস্মিতাই ফটোকেইখনক লৈ কয় যে তেওঁ নিজকে ডায়মণ্ড ডিগাৰ বুলিয়েই ভাৱে৷ অৱশ্যে পাছলৈ তেওঁ নিজকে চিংগল বুলিও ঘোষণা কৰে৷ প্ৰাক্তন বিশ্বসুন্দৰী সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ বিগত ৪বছৰে মুখ বন্ধ ৰাখিলেও এইবাৰ মুখ খুলিছে ললিত মোদীয়ে৷ তেওঁ প্ৰথমেই কয় যে সুস্মিতাৰ স্থান তেওঁৰ জীৱনত সদায়ে বিশেষ৷

এক সাক্ষাৎকাৰত কথাৰ মাজতে প্ৰাক্তন আই পি এলৰ চেয়াৰমেনে কয় যে তেওঁৰ ধাৰণা আজিও সুস্মিতাৰ বাবে ভালপোৱা আৰু সন্মান তেওঁৰ আছে৷ ললিত মোদীয়ে কয়, ‘সুস্মিতা খুবেই বিশেষ আছিল মোৰ বাবে৷ মই তেওঁৰ পৰা বহু কথা শিকিছো৷ আজি মোক যেনেকৈ দেখিছে এইজন মানুহক গঢ় দিয়াত সুস্মিতাৰ ডাঙৰ ভূমিকা আছে৷ সেই সময়ত সুস্মিতাই মোৰ জীৱনৰ অংশ আছিল৷ কেৱল আমাৰ মাজত কিছু কাৰণবশত দূৰত্ব আহি গৈছিল৷ মোৰ আৰু সুস্মিতাৰ সম্পৰ্ক খুবেই বিশেষ আছিল মোৰ মনত৷ সুস্মিতা আৰু মোৰ বহু ভাল স্মৃতি আছে৷ এতিয়াও আমি ভাল বন্ধু৷’

চিংগল মাদাৰ হিচাপে ললিত মোদীয়ে সুস্মিতাৰ ভূয়সী প্ৰশংসা কৰে৷ তেওঁ জনায় যে অভিনেত্ৰীয়ে তেওঁৰ নিজৰ জীৱন নিজেই সামৰি ৰাখিছে৷ চিংগল মাদাৰ হিচাপে সুস্মিতা অসাধাৰণ৷ উদ্যোগপতি ললিত মোদীয়ে লগতে কয়, ‘মই অবাক হৈ কেৱল তেওঁৰ উন্নতি চাই থাকো৷ মই ভালপাওঁ তেওঁৰ এই উন্নতি৷ মই কেৱল বিচাৰো তেওঁ ভালে থাকক৷’ উল্লেখ্য যে ২০২২ চনত ললিত আৰু সুস্মিতাৰ সম্পৰ্ক অফিচিয়েল হৈছিল৷ তেতিয়াই বহুতে সুস্মিতাক গোল্ড ডিগাৰ বুলি ট্ৰল্ডো কৰিছিল৷ সেই সময়ত কিন্তু সম্পূৰ্ণ নিৰৱ ভূমিকা পালন কৰিছিল ললিত মোদীয়ে৷

সুস্মিতাই কেৱল ট্ৰলাৰক উদ্দেশ্যি সেই সময়ত কৈছিল, ‘মোৰ ভাল লাগিছে গোল্ড ডিগাৰ শব্দৰ যথাৰ্থ ব্যৱহাৰ কৰা হৈছে৷ মোৰ ওপৰত এই শব্দ ব্যৱহাৰ কৰা দেখি বেয়া লগা নাই৷’ কিন্তু সুস্মিতাক আজিও লুভীয়া বা অন্য কোনো উপনাম দিব নোখোজে ললিত মোদীয়ে৷ ললিত মোদীয়ে স্পষ্ট কৰি জনাই দিছে যে সুস্মিতাক তেওঁ যেতিয়া লগ পাইছিল তাৰ পূৰ্বৰে পৰাই সুস্মিতা আৰ্থিকভাৱে সৱল৷ তেওঁ এনে এগৰাকী মানুহ যিয়ে কেতিয়াও কাৰো পৰা একো আশা নকৰে৷ ইয়াৰোপৰি তেওঁ জনাই দিছে যে তেওঁলোকৰ সম্পৰ্ক ভাঙিছে কেইবাবছৰ পূৰ্বেই৷ দ্বিতীয় বিবাহো কৰাইছে ললিত, সুস্মিতা অৱশ্যে এতিয়াও চিংগল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক
জীৱনশৈলী

জুন মাহত ১১ দিন বন্ধ থাকিব বেংক, কেতিয়া কেতিয়া ছুটি আজিয়েই জানি থওক

June 2, 2026
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক
জীৱনশৈলী

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

June 2, 2026
কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে
জীৱনশৈলী

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

June 2, 2026
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

June 2, 2026
Next Post
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন