• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

4 months ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

17 minutes ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

53 minutes ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

9 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

9 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

10 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

10 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

11 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

12 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

13 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

মমতা দিদিক লৈ নাই আপত্তি! অভিষেক বেনাৰ্জীক লৈহে অভিযোগ বিসম্বাদী নেতাৰ!

editor by editor
June 9, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা তৃণমূল কংগ্ৰেছ এক বৃহৎ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে। বিধানসভাত বিপৰ্যয়ৰ পিছতে ব্যাপক বিসম্বাদে জুৰুলা কৰি তুলিছে মমতা দিদিৰ তৃণমূল কংগ্ৰেছক। অতি কমেও ৫০গৰাকী নেতা-নেত্ৰীয়ে তৃণমূল কংগ্ৰেছক বিদায় জনোৱাৰ যো-জা চলাই আছে বুলি আশংকা ব্যক্ত কৰা হৈছে। ইয়াৰ মাজতে দলটোৰ বিসম্বাদী নেতাসকলক উদ্দেশ্যি ১৯৮৩ বিশ্বকাপ বিজয়ী দলটোৰ সদস্য তথা তৃণমূল কংগ্ৰেছৰ সাংসদ কীৰ্তি আজাদে ‘যিখন থালিতে খাইছিল সেইখন থালিতে বিন্ধা কৰিবলৈও লাজ লগা নাই’ বুলি তীৰ্যকপূৰ্ণ মন্তব্য কৰে। ইপিনে দলটোৰ অন্যতম বিসম্বাদী নেত্ৰী কাকলী ঘোষ দস্তিদাৰে দাবী কৰিছে যে মমতা দিদিৰ সংগ এৰি দলটোৰ ২০গৰাকীকৈ সাংসদ তেওঁৰ লগত আছে। উল্লেখ্যে যে তৃণমূল কংগ্ৰেছৰ বৰ্তমান সাংসদৰ সংখ্যা হৈছে ২৮গৰাকী। ২৮ গৰাকী সাংসদৰ ভিতৰত যদি ২০ গৰাকীয়েই একগোট হোৱাৰ ফলত সদনত সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত এই ২০ গৰাকীকহে মান্যতা দিয়াৰ সম্ভাৱনা অধিক। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি কাকলী ঘোষ দাস্তিদাৰৰ নেতৃত্বত এই ২০ গৰাকী সাংসদে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ বাসগৃহত এক বৈঠকত মিলিত হয়। আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে তৃণমূল কংগ্ৰেছৰ সাংসদ শতাব্দী ৰায়ৰ দিল্লীস্থিত আৱাসলৈ গৈ তেওঁক সাক্ষাৎ কৰাৰো খবৰ প্ৰকাশ পাইছে, যত শতাব্দী ৰায়ৰ লগতে আন কেইবাগৰাকীও TMCৰ নেতা উপস্থিত আছিল। ইতিমধ্যে TMCৰ ৰাজ্যসভাৰ পৰা মনোনীত সাংসদ সুখেন্দু ৰেই ৰাজ্যসভা আৰু দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে।
অৱশ্যে অধিকাংশ বিসম্বাদী নেতাৰ মমতা বেনাৰ্জীক লৈ কোনো অভিযোগ নাই। এই নেতাসকলৰ অভিযোগ মমতা বেনাৰ্জীৰ উত্তৰসূৰী হিচাপে বিবেচিত অভিষেক বেনাৰ্জীৰ প্ৰতিহে। অভিষেক বেনাৰ্জীৰ দল পৰিচালনা কৰা আদৱ-কায়দাত অসন্তুষ্ট অধিকাংশ TMC নেতা-কৰ্মী।
ইপিনে আজি কলকাতাৰ 30B ষ্ট্ৰীটস্থিত মমতা বেনাৰ্জীৰ বাসগৃহ তথা তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় কাৰ্যালয়ত উপস্থিত হৈছে CIDৰ দল। দলটোও এখন বিশেষ পত্ৰত স্বাক্ষৰিত এটা ভুৱা স্বাক্ষৰ সন্দৰ্ভত অভিষেক বেনাৰ্জীক সোধা-পোছাৰ বাবে উক্ত ঠিকনাত হৈছিল CIDৰ দলটো। অৱশ্যে সম্প্ৰতি দিল্লীত আছে মমতা বেনাৰ্জী।
এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24mamata banerjee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
Next Post
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ'ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.