• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

5 months ago
কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

3 minutes ago
এই ৩ ৰাশিৰ আজি লাভেই লাভ!

এই ৩ ৰাশিৰ আজি লাভেই লাভ!

1 hour ago
হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

9 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

৭ নৱেম্বৰত ভাগ্যই দেখুৱাব ৰং, ৫ ৰাশি হ’ব মালামাল!

9 hours ago
Old Monk বিক্ৰী নিষিদ্ধ! FSSAI আনিলে গুৰুতৰ অভিযোগ

Old Monk বিক্ৰী নিষিদ্ধ! FSSAI আনিলে গুৰুতৰ অভিযোগ

9 hours ago
হাৰ্ট এটেকত জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতত শোকৰ ছাঁ

হাৰ্ট এটেকত জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতত শোকৰ ছাঁ

10 hours ago
আমেৰিকাত ট্ৰাম্পৰ দলৰ বিপৰ্যয়, ভাৰতৰ বাবে ডাঙৰ সকাহ! হৰমুজ মুকলি ইৰাণৰ

আমেৰিকাত ট্ৰাম্পৰ দলৰ বিপৰ্যয়, ভাৰতৰ বাবে ডাঙৰ সকাহ! হৰমুজ মুকলি ইৰাণৰ

10 hours ago
CBSEৰ দশম আৰু দ্বাদশ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কোনটো বিষয়ত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ’ব?

CBSEৰ দশম আৰু দ্বাদশ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কোনটো বিষয়ত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ’ব?

11 hours ago
প্ৰিয়তমে ভাঙিছে আপোনৰ হৃদয়? এই টিপছে কৰক প্ৰেমত বলিয়া!

প্ৰিয়তমে ভাঙিছে আপোনৰ হৃদয়? এই টিপছে কৰক প্ৰেমত বলিয়া!

12 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

আকৌ প্ৰচণ্ড ভূমিকম্প, কঁপি উঠিল সকলো!

13 hours ago
ধনতেৰাছত এই বিশেষ স্থানত জ্বলাওক চাকি, ঘৰলৈ আহিব দেৱী লক্ষ্মী!

ধনতেৰাছত এই বিশেষ স্থানত জ্বলাওক চাকি, ঘৰলৈ আহিব দেৱী লক্ষ্মী!

14 hours ago
ধনতেৰাছত নিমখেৰে কৰক এই কাম, আঁতৰিব বিপদ আৰু আহিব সুখ-সমৃদ্ধি!

ধনতেৰাছত নিমখেৰে কৰক এই কাম, আঁতৰিব বিপদ আৰু আহিব সুখ-সমৃদ্ধি!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

editor by editor
June 15, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাইগ্ৰেণ এক প্ৰকাৰৰ মূৰত হোৱা বিষ। ইয়াক একপ্ৰকাৰৰ নিউৰ’ভাস্কুলাৰ বিসংগতি বুলি গণ্য কৰা হয়। কাৰণ এই সমস্যা প্ৰথমে মস্তিষ্কত সৃষ্টি হয় আৰু লাহে লাহে ৰক্তবাহিকালৈ প্ৰৱাহিত হয়। ই যদি আমাক এবাৰ প্ৰভাৱিত কৰা আৰম্ভ কৰে, ই দীঘলীয়া সময়ৰ বাবে আমাক সমস্যাত পেলাব পাৰে। ইয়াৰ কাৰণ হ’ব পাৰে মগজুৰ স্নায়ুতন্ত্ৰৰ বিকাৰ ৷ এই ৰোগত প্ৰায়ে মূৰত সামান্য আৰু তীব্ৰ বিষ হয় ৷ কিন্তু সাধাৰণ মূৰৰ বিষৰ পৰা ই একেবাৰে পৃথক ৷ মাইগ্ৰেণৰ বিষ হ’লে কি কি কথা মানি চলিব লাগে বিশেষজ্ঞসকলৰ পৰা জানক।

  1. আমলখি, ভোমোৰা আৰু শিলিখা এই তিনিটা বস্তু ত্ৰিফলাত অন্তৰ্ভুক্ত। এইবোৰ খালে মাইগ্ৰেইনৰ বিষৰ পৰা সকাহ পোৱা যায়। নিয়মীয়াকৈ ত্ৰিফলা খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰ হয়। ইয়াৰ লগতে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ কামো কৰে। ৰাতি শুই উঠাৰ আগতে এচামুচ ত্ৰিফলা গুড়ি গৰম পানীৰ লগত খাব পাৰে।
  2. শৰীৰৰ তাপ শীতল কৰাত ব্ৰাহ্মীও অতি উপকাৰী। ইয়াৰ উপৰিও পিত্তৰ সমস্যা দূৰ কৰাত সহায় কৰে। যদি মাইগ্ৰেণৰ বিষে আপোনাক বাৰে বাৰে অশান্তি দিছে, তেন্তে ৰাতি ব্ৰাহ্মী চাহ খাব পাৰে।
  3. নাৰিকল পানীয়ে হৰম’নৰ পৰিৱৰ্তন নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ লগতে চৰ্দি লগাৰ সমস্যাও হ্ৰাস কৰে। সপ্তাহত কমেও তিনিবাৰকৈ নাৰিকল পানী খালে মাইগ্ৰেণৰ বিষৰ পৰা সকাহ পাব।
  4. ঘৰুৱা, সামাজিক বা কর্মস্থলীত ইত্যাদি বিভিন্ন উৎসৰ লগত জড়িত কোনো মানসিক চাপো মাইগ্ৰেইনৰ এটা মুখ্য কাৰণ। সেয়ে মানসিক চাপ হ্ৰাস কৰিবলৈ চেষ্টা কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?
বিবিধ

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

November 7, 2026
এই ৩ ৰাশিৰ আজি লাভেই লাভ!
জীৱনশৈলী

এই ৩ ৰাশিৰ আজি লাভেই লাভ!

November 7, 2026
হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!
ভাৰত

হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

November 6, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

৭ নৱেম্বৰত ভাগ্যই দেখুৱাব ৰং, ৫ ৰাশি হ’ব মালামাল!

November 6, 2026
Next Post
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.