• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

2 months ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

15 minutes ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

1 hour ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

2 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

2 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

3 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

20 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

21 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

21 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

22 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

22 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

23 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

পোহৰলৈ আহিছে কেটন কাণ্ডৰ ভয়ংকৰ তথ্য

editor by editor
June 30, 2026
in অপৰাধ, বিবিধ, ভাৰত
0
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!
0
SHARES
565
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি চৰ্চিত পুনেৰ কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ তদন্তত নিতৌ ন ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহি আছে।। হ*ত্যাকাণ্ডৰ তদন্তকাৰী সংস্থাই শেহতীয়াকৈ সদৰী কৰা অনুসৰি অভিযুক্ত ছিয়া গোৱেলে বিয়াৰ প্ৰস্তুতি আৰু বজাৰ কৰাৰ নামত কেটন আগৰৱালাৰ পৰা প্ৰায় ১ কোটি টকা লৈছিল আৰু এই ধন ছিয়াই দিছিল প্ৰেমিক চেতন চৌধুৰীক। তদন্তকাৰী সংস্থাই সদৰী কৰা মতে ২০ বছৰীয়া ছিয়া গোৱেল আৰু ২২ বছৰীয়া চেতন চৌধুৰীয়ে বহু দিন পূৰ্বেই হ*ত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। কেটনৰ মৃ*ত্যুৰ পিছত কি কৰিব সেই সমগ্ৰ ঘটনাৰো পৰিকল্পনা কৰিছিল দুই অভিযুক্তই। লগতে, ঘটনাৰ পিছত যাতে কোনো সন্দেহ সৃষ্টি নহয়, তাৰ বাবেও পূৰ্বতেই বিভিন্ন কৌশল ঠিক কৰি ৰাখিছিল।

তিনি বছৰ পিছত বিৱাহৰ পৰিকল্পনা

প্ৰেমিক চেতন চৌধুৰীৰ আৰ্থিক অৱস্থা সবল কৰা আৰু কেৰিয়াৰ গঢ়াৰ বাবে চেতনক কেটন আগৰৱালাৰ পৰা অনা ১ কোটি টকা দিছিল ছিয়াই। তদন্তত পোৱা তথ্য অনুসৰি চেতন চৌধুৰীয়ে ছিয়াক আৰ্থিক অৱস্থা সবল কৰিহে বিয়া কৰোৱাৰ পৰিকল্পনা কৰিছিল।

কেটনক হ*ত্যাৰ বেছ কিছু দিনলৈ ছিয়া আৰু চেতনে বিৱাহপাশত আৱদ্ধ নহোৱাৰো সিদ্ধান্ত লৈছিল, যাতে তেওঁলোকৰ সম্পৰ্ক সন্দেহৰ আওতালৈ নাহে। পৰিকল্পনা অনুসৰি কেতনৰ মৃ*ত্যুৰ কথা সকলোৱে ধীৰে ধীৰে পাহৰি যোৱাৰ পিছত আৰু চেতন আৰ্থিকভাৱে স্থিৰ হোৱাৰ লগে লগে দুয়ো বিৱাহ পাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা ৰচিছিল

কেনেদৰে হ*ত্যাৰ পৰিকল্পনা কৰিছিল দুই অভিযুক্তই?

তদন্তকাৰী সংস্থাৰ মতে, ঘটনাৰ পূৰ্বে ছিয়া আৰু চেতনে এটা বিশেষ সংকেত ঠিক কৰি লৈছিল। পৰিকল্পনা অনুসৰি, ঘটনা সংঘটিত কৰাৰ সুযোগ পালেই ছিয়াই পানী খাবলৈ বা জোতাৰ ফিতা বান্ধি চেতনক সংকেত দিব। ছিয়াৰ পৰা এই সংকেত পোৱাৰ লগে লগেই চেতনে কেতন আগৰৱালাক পাহাৰৰ তললৈ ঠেলি দিব। দুই অভিযুক্তই কৰা এই পৰিকল্পনা মতে ১৮জুনত সংঘটিত কৰিছিল হ*ত্যাকাণ্ডটো। আৰক্ষী সূত্ৰ মতে, দুয়োৰে কল ডিটেইল ৰেকৰ্ড (CDR)তো প্ৰকাশ পাইছে কিছু গুৰুত্বপূৰ্ণ তথ্য। ঘটনাৰ প্ৰায় ৩৪ মিনিট পূৰ্বে ছিয়া আৰু চেতনৰ মাজত ফোনত কথা হৈছিল। তদন্তকাৰী সংস্থাই এই কথোপকথনক ঘটনাৰ পূৰ্বৰ অন্তিম যোগাযোগ হিচাপে বিবেচনা কৰি তদন্ত আগবঢ়াই আছে। তদন্তত এইটোও প্ৰকাশ পাইছে যে মে’ৰ শেষৰ ফালেই কেটন আগৰৱালাৰ হ*ত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিল। আনহাতে, ১৪ জুনতো কেটনক হ*ত্যাৰ অপচেষ্টা চলোৱা হৈছিল বুলি অভিযোগ উঠিছে। ১৮ জুনৰ হ*ত্যাকাণ্ডৰ পূৰ্বেও প্ৰায় ৩ বাৰ কেটন আগৰৱালাক হ*ত্যাৰ অপচেষ্টা চলোৱা হৈছিল।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24ketan murder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!
বিনোদন

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

September 4, 2026
Next Post
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.