• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

1 hour ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

22 minutes ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

37 minutes ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

2 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

3 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

3 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

4 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

5 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

6 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

7 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

8 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

16 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

 পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু দীপিকা পাডুকোন

editor by editor
July 11, 2026
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন
0
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকোন পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আহিছে। অৱশ্যে এইবাৰ কোনো নতুন ছবি বা বৰ্তমানৰ ব্যক্তিগত জীৱনৰ বাবে নহয়, বৰং অতীতৰ এটা সম্পৰ্কক লৈ চৰ্চাত আহিছে দীপিকা পাডুকোন। মডেল-অভিনেতা মুজাম্মিল ইব্ৰাহিমে এটা পুৰণি সাক্ষাৎকাৰত দীপিকাক লৈ কৰা কিছুমান মন্তব্য পুনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত বিষয়টো নতুনকৈ আলোচনাৰ বিষয় হৈ পৰিছে।

সাক্ষাৎকাৰটোত মুজাম্মিলে দাবী কৰিছিল যে, মুম্বাইলৈ অহাৰ পিছত দীপিকাই প্ৰথমে তেওঁৰ সৈতেই প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। মুজাম্মিলৰ ভাষ্যমতে, দুয়োজনে প্ৰায় দুবছৰ ধৰি ইজনে-সিজনক ডেট কৰিছিল। মুজাম্মিলে কয়, সেইটো দুয়োৰে জীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ প্ৰেমৰ সম্পৰ্ক আছিল আৰু দীপিকাই প্ৰথমে তেওঁক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল।

মুজাম্মিলে আৰু কয়, ‘আমাৰ সম্পৰ্কটো শেষ হৈছিল কাৰণ মই নিজেই সেই সিদ্ধান্ত লৈছিলোঁ। সেই সিদ্ধান্তৰ বাবে মোৰ কোনো অনুশোচনা নাই। মই যি সিদ্ধান্ত লওঁ, তাৰ বাবে পিছত আফচোচ নকৰোঁ। সেই সময়ত মই ইতিমধ্যে এজন অভিনেতা হিচাপে পৰিচিত হৈছিলোঁ, আনহাতে দীপিকা তেতিয়াও কেৱল এগৰাকী মডেল আছিল।’

এতিয়াও দীপিকাৰ সৈতে যোগাযোগ আছে নেকি মুজাম্মিলৰ?

পাছত মুজাম্মিলক সোধা হৈছিল যে, বিচ্ছেদৰ পিছতো দীপিকাৰ সৈতে যোগাযোগ আছিল নেকি। ইয়াৰ উত্তৰত তেওঁ জনায় যে, দীপিকাৰ বিৱাহৰ আগলৈকে মাজে মাজে দুয়োৰে কথা-বতৰা হৈছিল। বিচ্ছেদৰ পিছতো তেওঁলোক ভাল বন্ধু হৈ আছিল আৰু ইজনে-সিজনৰ সফলতাত শুভেচ্ছা জনাইছিল। কিন্তু দীপিকা আৰু ৰণবীৰ সিঙৰ বিয়াৰ পিছত দুয়োৰে যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।
উল্লেখযোগ্য যে, দীপিকা পাডুকোনে এতিয়ালৈকে ৰাজহুৱাভাৱে মুজাম্মিল ইব্ৰাহিমৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ বিষয়ে কোনো মন্তব্য কৰা নাই। সেয়েহে মুজাম্মিলে কৰা এই দাবীসমূহ তেওঁৰ ব্যক্তিগত বক্তব্য হিচাপেই বিবেচিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Deepika Padukone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
Next Post
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.