• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

3 weeks ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

4 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

4 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

5 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

6 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

6 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

7 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

7 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

9 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

9 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

10 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

পুনৰ দেশত শিহৰণকাৰী হ*ত্যাকাণ্ড

editor by editor
July 11, 2026
in অপৰাধ, ভাৰত, সমীক্ষণ (আলোচনী)
0
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমাস্পদক হ*ত্যা কৰা ঘটনাবোৰ দেশত এতিয়া সঘনাই ঘটিবলৈ লৈছে। কেতিয়াবা যদি পৰিকল্পিতভাৱে প্ৰেমিকাই প্ৰেমিকৰ সৈতে মিলি স্বামী বা ভাবী স্বামীক হ*ত্যা কৰিছে কেতিয়াবা আকৌ প্ৰেমিকে হ*ত্যা কৰিছে প্ৰেমিকাক। বিগত বৰ্ষত মেঘালয়লৈ মধুচন্দ্ৰিকা যাপনৰ বাবে অহা ইণ্ডোৰৰ ৰাজা ৰঘুবংশীক পুনমে হ*ত্যা কৰা ঘটনাই তোলপাৰ লগাইছিল দেশ। ইয়াৰ উপৰিও অতি শেহতীয়াভাৱে পুনেত কেটন আগৰৱালাক হবলগীয়া পত্নীয়ে হ*ত্যা কৰা ঘটনাৰ মাৰ নৌযাওতেই পুনৰ দেশত সংঘটিত হৈছে প্ৰায় একেই ধৰণৰ ঘটনা। অৱশ্যে এইবাৰ হ*ত্যাকাৰী প্ৰেমিকৰ বিপৰীতে ভুক্তভোগী প্ৰেমিকা। মুম্বাইত সংঘটিত হৈছে এই ঘটনা।

মুম্বাইত প্ৰেমিকৰ নৃ*সংশতাৰ বলি নাবালিকা

মুম্বাইৰ কান্দিভলি পূবৰ সমতা নগৰ আৰক্ষী থানা এলেকাত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দামুনগৰৰ পিছফালে থকা এখন নিৰ্জন পাহাৰত এগৰাকী নাবালিকা কিশোৰীৰ ৰ*ক্তাক্ত মৃ*তদেহ উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে দ্ৰুত তদন্ত আৰম্ভ কৰে। ফৰেনছিক বিশেষজ্ঞৰ সহায়, প্ৰযুক্তিগত তথ্য আৰু গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ঘটনাটোৰ মূল অভিযুক্ত তথা ভুক্তভোগী নাবালিকাৰ প্ৰেমিক সূৰয মাৰুতি ৱাঘমাৰেক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্ত সূৰয পেছাত এজন ডেলিভাৰী বয় আৰু ভুক্তভোগী নাবালিকাগৰাকীৰ মাজত কিছুদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি আহিছিল। মৃ*তদেহ উদ্ধাৰৰ পিছত আৰক্ষীয়ে নাবালিকাগৰাকীৰ বন্ধু-বান্ধৱ আৰু চিনাকি লোকক সোধা-পোছ কৰে। প্ৰাথমিক তদন্ততে সূৰযৰ বিৰুদ্ধে সন্দেহ ঘনীভূত হয় আৰক্ষীৰ। তদন্তৰ অন্তত সূৰযক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

শুকুৰবাৰে পুৱা, আৰক্ষীয়ে দামুনগৰৰ পিছফালে থকা পাহাৰীয়া অঞ্চলত ভুক্তভোগী নাবালিকাৰ ৰ*ক্তাক্ত মৃ*তদেহ পৰি থকাৰ খবৰ লাভ কৰে। ঘটনাস্থলত সমতা নগৰ আৰক্ষী, মুম্বাই ক্ৰাইম ব্ৰাঞ্চ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকল উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰে। ফৰেনছিক দলেও ঘটনাস্থলৰ পৰা গুৰুত্বপূৰ্ণ বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহ কৰে।

হ*ত্যাৰ আঁৰত কি কাৰণ?

আৰক্ষীৰ প্ৰাথমিক তদন্তত এতিয়াও স্পষ্ট হোৱা নাই যে সূৰযে কিয় নিজৰ প্ৰেমিকাক হ*ত্যা কৰিলে। তদন্তকাৰী বিষয়াসকলে দুটা সম্ভাৱ্য দিশত অনুসন্ধান চলাইছে। প্ৰথমতে, এই হ*ত্যাকাণ্ড পূৰ্বপৰিকল্পিত আছিল নেকি, অৰ্থাৎ অভিযুক্তই নাবালিকাক হ*ত্যা কৰাৰ উদ্দেশ্যেই পাহাৰলৈ লৈ গৈছিল নেকি আৰু দ্বিতীয়তে, পাহাৰত উপস্থিত হোৱাৰ পিছত দুয়োৰে মাজত কোনো তীব্ৰ বাক-বিতণ্ডা বা বিবাদ সৃষ্টি হৈ, খঙৰ বশৱৰ্তী হৈ এই হ*ত্যাকাণ্ড সংঘটিত কৰিছিল নেকি।

আৰক্ষীৰ মন্তব্য কি?

এই ঘটনা সন্দৰ্ভত আৰক্ষী উপায়ুক্ত (DCP) গজানন ৰাজমানে কয় যে, ঘটনাস্থলৰ পৰা সংগ্ৰহ কৰা ফৰেনছিক প্ৰমাণ, প্ৰযুক্তিগত তদন্ত আৰু গোপন তথ্যৰ সহায়ত আৰক্ষীয়ে মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে এই জটিল হ*ত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। মৃ*তদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ হাতত হস্তান্তৰৰ প্ৰক্ৰিয়া চলি আছে। তেওঁ আৰু জনায় যে, অভিযুক্ত সূৰযক সমতা নগৰ আৰক্ষী থানাত অধিক জেৰা চলোৱা হৈছে। আদালতৰ অনুমতি সাপেক্ষে আৰক্ষীয়ে জিম্মাত লৈ অধিক তদন্ত চলাব। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত হ*ত্যাৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সম্পূৰ্ণ তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ব বুলি জনাইছে মুম্বাই আৰক্ষীয়ে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Crime news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?
ভাৰত

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ
বিনোদন

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

August 1, 2026
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ
জীৱনশৈলী

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

August 1, 2026
Next Post
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.