• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

1 month ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

2 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

50 minutes ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

2 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

3 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

4 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

5 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

8 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

8 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দিনটোত কিমান সময় টোপনি যাব লাগে জানক।

editor by editor
July 11, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুলোকৰ দুপৰীয়াৰ খাদ্য গ্ৰহণৰ পিছত টোপনিৰ অনুভৱ হয়। কিন্তু এই অভ্যাস শৰীৰৰ বাবে ভাল নে বেয়া তাকে লৈ বহুতো প্ৰশ্নৰ সৃষ্টি হয়। দুপৰীয়া শৰীৰৰ বাবে কিমান টোপনিৰ প্ৰয়োজন হয় জানেনে?

আপুনি জানি আচৰিত হ’ব যে দুপৰীয়াৰ টোপনি শৰীৰৰ বাবে উপকাৰী। আকৌ এই টোপনিয়ে শৰীৰত সমস্যাৰ সৃষ্টি কৰিবও পাৰে। টোপনি এটা নিৰ্দিষ্ট পৰিমাণত হোৱাটো প্ৰয়োজন। তেতিয়াহে শৰীৰ সুস্থ হৈ উঠিব। অন্যথা শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। কাৰণ চাউলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট বা চেনি থাকে। ই গ্লুক’জলৈ পৰিণত হয়। গ্লুক’জৰ বাবে ইনচুলিনৰ প্ৰয়োজন। শৰীৰত ইনচুলিনৰ পৰিমাণ বৃদ্ধি হ’লে আৱশ্যকীয় ফেটি এচিড ট্ৰিপ্ট’ফেনে মেলাটনিন আৰু চেৰ’টনিন নামৰ দুটা হৰম’নৰ পৰিমাণ বৃদ্ধি কৰে।

দুপৰীয়াৰ টোপনি সকলোৰে বাবে প্ৰয়োজনীয় বা বাধ্যতামূলক নহয়। অৱশ্যে যিসকলৰ দেৰিকৈ শুই থকা আৰু কাম কৰাৰ অভ্যাস আছে। ৰাতি টোপনি কম হয়। দুপৰীয়াৰ টোপনি যথেষ্ট ফলপ্ৰসূ। ১৫ৰ পৰা ৩০ মিনিটৰ চুটি টোপনিয়ে শাৰীৰিক ক্লান্তি দূৰ কৰে। ফলত নতুন কৰ্মশক্তি উপলব্ধ হয়। মন আৰু মগজুক সতেজ কৰি তোলাত ই অতি ফলপ্ৰসূ। সৃষ্টিশীলতা আৰু স্মৃতিশক্তি বৃদ্ধি পায়। আৰু মনটোৱে মেজাজ ভাল কৰি ৰাখে।

বিশেষজ্ঞসকলৰ মতে, ৩০ মিনিটতকৈ অধিক সময় শুই থকাটো কেতিয়াও ভাল নহয়। বহু সময় শুই থাকিলে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। ই শৰীৰৰ চৰ্বি বৃদ্ধি কৰে। পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰে। ই তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰে। ই শৰীৰৰ স্বাভাৱিক টোপনিৰ চক্ৰত ব্যাঘাত জন্মায়। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত ৩০ মিনিটতকৈ অধিক সময় শুই থকাটোক ‘টোপনিৰ জড়তা’ বুলি কোৱা হয়। ফলত সাৰ পোৱাৰ পিছতো শৰীৰ লেহেমীয়া হৈ পৰে আৰু কাম কৰিবলৈ অনিচ্ছুক হৈ পৰে।

দুপৰীয়া টোপনিৰ উপকাৰ আৰু অপকাৰ সন্দৰ্ভত বিশেষজ্ঞই কয়, “ৰাতি স্বাভাৱিকভাৱে শুলে দুপৰীয়া টোপনিৰ প্ৰয়োজন নাই। দুপৰীয়া খাদ্য খোৱাৰ পিছত সৰ্বাধিক ৩০ মিনিট টোপনি থাকিলে শৰীৰত উপকাৰ পোৱা যায়। তাৰ পিছত শৰীৰ সজাগ হৈ পৰে আৰু স্মৃতিশক্তি উন্নত হয়। কিন্তু দীঘলীয়া টোপনি আহিলে দুপৰীয়া খাদ্য খোৱাৰ পিছত শৰীৰত পাচনতন্ত্ৰৰ সমস্যা হয়। ই শৰীৰৰ ওজন বৃদ্ধি কৰে।

দুপৰীয়া খোৱাৰ পিছত শুই থকাৰ অভ্যাস বহুতৰে আছে। গতিকে, দুপৰীয়া খোৱাৰ পিছত অলপ পাৱাৰ নেপ লোৱাটো ঠিকেই আছে। কিন্তু দুপৰীয়া খোৱাৰ পিছত দীঘলীয়া টোপনি একেবাৰে নহয়। বিশেষজ্ঞসকলে কয় যে ইয়াৰ ফলত শৰীৰৰ যথেষ্ট ক্ষতি হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24health care
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
Next Post
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.