• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

1 hour ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

13 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

2 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

4 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

4 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

4 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

5 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

6 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

7 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

7 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

8 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

9 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

সম্পৰ্ক মজবুত কৰি ৰাখিবলৈ আজিয়েই অনুসৰণ কৰক এইকেইটা টিপছ...

editor by editor
July 11, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ সম্পৰ্কত দুজন মানুহ জড়িত হৈ থাকে। সম্পৰ্ক এটা চিৰদিন একেই থাকিবলৈ ইজনে-সিজনক বুজাটো অত্যন্ত জৰুৰী। সেয়ে প্ৰতিটো দিশৰ প্ৰতি লক্ষ্য ৰাখি সম্পৰ্কত আগবঢ়া উচিত। বহু সম্পৰ্ক প্ৰাৰম্ভণিতে আনন্দময় হ’লেও পিছত পৰিৱৰ্তন অনুভৱ কৰে, কিন্তু যদি স্পষ্টতা আৰু শক্তিশালী প্ৰতিশ্ৰুতি থাকে তেন্তে ই গভীৰ আৰু ভাল সংযোগ গঢ় লৈ উঠিব পাৰে। সুস্থ আৰু স্থায়ী সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰতিটো দম্পতীয়ে মনত ৰখা উচিত।

সৎ হোৱা

আপোনাৰ সংগীৰ পৰা একো কথা নুলুকাব। ইজনে-সিজনক সঁচা কথা কওক আৰু বুজাবুজিৰে থাকক। সম্পৰ্কত সততা অতি গুৰুত্বপূৰ্ণ। দীৰ্ঘম্যাদী, শক্তিশালী সম্পৰ্কৰ বাবে এইবোৰ অতি প্ৰয়োজনীয়।

সন্মান দিয়া

সম্পৰ্কত সংগীৰ চিন্তা আৰু সিদ্ধান্তক সন্মান কৰা উচিত। কেতিয়াও আপোনাৰ জ্ঞান বেছি, আপুনি অধিক বুদ্ধিমান বা আপুনি অধিক উপাৰ্জন কৰে বুলি ভাবি নিজকে সংগীৰ ওপৰত ৰাখিব নালাগে।

যোগাযোগ

ইজনে সিজনৰ লগত মুকলিকৈ কথা পাতক, ভুল বুজাবুজি বাঢ়িব নিদিব। যেতিয়া সুস্থ যোগাযোগৰ অভাৱ হয়, তেতিয়া সম্পৰ্কত ভুল বুজাবুজি আৰু অনাস্থাৰ অনুভৱ বাঢ়ি যায়। গতিকে আপোনাৰ হৃদয়ৰ অনুভৱবোৰ মুকলিকৈ শ্বেয়াৰ কৰক।

সময় দিয়ক

আপোনাৰ সম্পৰ্কক সময় দিয়াটো গুৰুত্বপূৰ্ণ, একেলগে মানসম্পন্ন সময় কটাব লাগে।

বিশ্বাস

সম্পৰ্কৰ ভেটি বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে, ইয়াক কেতিয়াও ভাঙিব নালাগে।

ক্ষমাৰ অনুভৱ

ভুল হ’লে ইগো এৰি ক্ষমা খুজি নিজৰ সংগীক ক্ষমা কৰিবলৈ শিকক।

সমৰ্থন

সমৰ্থন কঠিন সময়ত ইজনে সিজনৰ লগত থিয় হৈ আৱেগিক সহায় আগবঢ়াওক।

তুলনা নকৰিব

আপোনাৰ সংগীক পৰিয়ালৰ সদস্য বা বন্ধু-বান্ধৱী আৰু চিনাকি মানুহৰ লগত তুলনা নকৰিব। তেওঁলোকৰ সামৰ্থ্যক সন্মান কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক
জীৱনশৈলী

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

July 11, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

July 11, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
Next Post
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.