• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

আজি বিপদ আহিব ৪ ৰাশিৰ জীৱনলৈ! জানক কোন কেইটা ৰাশিৰ উদয় হ’ব ভাগ্য

1 day ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

18 minutes ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

36 minutes ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

2 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

2 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

3 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

5 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

5 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

6 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

6 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

15 hours ago
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি বিপদ আহিব ৪ ৰাশিৰ জীৱনলৈ! জানক কোন কেইটা ৰাশিৰ উদয় হ’ব ভাগ্য

আজি কেনেকুৱা যাব আপোনাৰ দিনটো।

editor by editor
July 20, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২০ জুলাই, সোমবাৰ, আজিৰ দিনটো অত্যন্ত ভাল। আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ। পুৱাৰে পৰা ভক্তসকলে আৰাধনা কৰিছে মহাদেৱক। আজি সকলো ৰাশিৰ জাতক-জাতিকাই ব্ৰত পালন কৰিব পাৰিলে ভাল। জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? আজি এই ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ ধন! এই ৰাশিয়ে লাভ কৰিব নতুন চাকৰিৰ সুযোগ! আজি কি কি কৰিব আৰু কি কি নকৰিব, সেয়া ৰাশিফলৰ জৰিয়তে জানক ৷

মেষ ৰাশি: আজি নিবনুৱাসকলে বন্ধুৰ সহায়ত কৰ্মসংস্থাপনৰ সুযোগ পাব পাৰে। প্ৰেম জীৱনৰ বাবে কাইলৈৰ দিনটো শুভ। সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। ভ্ৰমণৰো যোগ দেখা যায়। ৰাজনীতিৰ সৈতে জড়িতসকলে সাৱধান হোৱা উচিত, কাৰণ বিৰোধীয়ে ষড়যন্ত্ৰ ৰচিব পাৰে। প্ৰেমত শুভ।

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল হ’ব। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। খৰখেদাকৈ কাম কৰোঁতে আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে চলিব। সন্তানৰ বাবে বিশেষ উপহাৰ ক্ৰয় কৰিব পাৰিব। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে।

মিথুন ৰাশি: আজি ব্যৱসায়ীসকলে কাইলৈ কোনো লাভজনক চুক্তি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু দুৰ্বল। কোনো পুৰণি ৰোগে পুনৰ দেখা দিব পাৰে, ফলত মানসিক চিন্তা বৃদ্ধি পাব। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। সামাজিক কামত আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰেমত মধ্যম।

কৰ্কট ৰাশি: আজি পৰিয়ালৰ কোনো পুৰণি সিদ্ধান্তক লৈ অনুসূচনা হ’ব পাৰে, গতিকে ঘৰুৱা বিষয়ত চকু দিয়ক। সন্তানৰ ফালৰ পৰা ভাল খবৰ পাব পাৰে। শত্ৰুক পৰাস্ত কৰিবলৈ বুদ্ধি আৰু বিবেক ব্যৱহাৰ কৰক। প্ৰেমৰ ক্ষেত্ৰত আপুনি সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। প্ৰেমত শুভ।

সিংহ ৰাশি: আজি ঘৰলৈ আলহী অহাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি ব্যস্ত হৈ পৰিব। আপুনি মানসিক চাপত থাকিব পাৰে। কোনো কামত বিপদসংকুল সিদ্ধান্ত নল’ব, নহ’লে পাছত সমস্যা হ’ব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। পিতৃয়ে দিয়া দায়িত্ব পালনত অৱহেলা নকৰিব।

কন্যা ৰাশি: আজিৰ দিনটোৱে কিছু সমস্যা কঢ়িয়াই আনিব পাৰে। মনত নেতিবাচক চিন্তা ৰাখিব। কৰ্মক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ পৰামৰ্শ মানি চলিব। পদোন্নতিৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। ঘৰৰ চাফ-চিকুণতা আৰু মেৰামতিৰ ওপৰত গুৰুত্ব দিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাধা আঁতৰিব।

তুলা ৰাশি: আজিৰ দিনটো উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ দিন। কোনো সামাজিক অনুষ্ঠানত অংশ লোৱাৰ সুযোগ পাব। পুৰণি বন্ধুৰ সৈতে দেখা হ’ব পাৰে। জীৱনসংগীয়ে নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি হাতত লোৱা যিকোনো কামতে সফলতা লাভ কৰিব। অৱশ্যে সহকৰ্মীৰ কথাই মনত দুখ দিব পাৰে।

বৃশ্চিক ৰাশি: আজিৰ দিনটোৱে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। ঘৰুৱা বিবাদৰ বাবে কিছু চিন্তা হ’ব পাৰে। ভাল খোৱা-বোৱাৰ আনন্দ ল’ব যদিও পেটৰ সমস্যাই আমনি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বোজা হ্ৰাস পাব। সন্তানৰ চাকৰিৰ সংক্ৰান্তত আপুনি বাহিৰলৈ যাবলগীয়া হ’ব পাৰে।

ধনু ৰাশি: আজি মনত এক প্ৰকাৰৰ অস্থিৰতা বিৰাজ কৰিব পাৰে। স্বাস্থ্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। ব্যৱসায়িক চুক্তিক লৈ চিন্তিত হ’ব পাৰে। মাতৃক কথা দিয়া মতে দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰক। ধনৰ লেনদেনৰ ক্ষেত্ৰত অচিনাকি মানুহক বিশ্বাস নকৰিব আৰু বিনিয়োগৰ পৰা বিৰত থাকক। বেংকিং খণ্ডৰ লোকসকলে নতুন চাকৰিৰ অফাৰ পাব পাৰে।

মকৰ ৰাশি: আজি খৰচ বৃদ্ধি পাব পাৰে। অপ্ৰয়োজনীয় খৰচৰ বাবে জমা ধন হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। সম্পত্তিৰ বাবে ভাতৃ-ভগ্নীৰ সৈতে বিবাদ হ’ব পাৰে, যাৰ বাবে আদালতৰ কাষ চাপিবলগীয়া হ’ব পাৰে। কাম পিছুৱাই থোৱাৰ স্বভাৱে পাছত বিপদত পেলাব পাৰে। অচিনাকি ব্যক্তিক অন্ধভাৱে বিশ্বাস নকৰিব।

কুম্ভ ৰাশি: আজিৰ দিনটো মধ্যমীয়া হ’ব। দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। জীৱনসংগীৰ আৱেগক সন্মান কৰক আৰু কথা কওঁতে সাৱধান হওক। শৰীৰত অধিক শক্তি অনুভৱ কৰিব আৰু কামবোৰ সহজে সম্পূৰ্ণ হ’ব। কিন্তু আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰি সমস্যাত নপৰিব। ৰাজনীতিৰ সৈতে জড়িত লোকসকল সাৱধান হোৱা উচিত।

মীন ৰাশি: ক’ৰ্ট-কাছাৰীৰ গোচৰৰ ক্ষেত্ৰত আজিৰ দিনটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ত কিছু উঠা-নমা থাকিব। পূৰ্বতে শ্বেয়াৰ মাৰ্কেটত কৰা বিনিয়োগৰ পৰা লাভ পাব। কোনো নতুন চুক্তি কৰাৰ আগতে নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল’ব। নতুন বাহন কিনিবলৈ ঋণৰ বাবে আবেদন কৰিব পাৰে। আজি প্ৰেম আৰু দাম্পত্য জীৱনত বিপদ আহিব পাৰে।

(অস্বীকাৰঃ এই তথ্য মাত্ৰ সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ইয়াৰে সৈতে Asom Live 24 কোনো ধৰণে জড়িত নহয়।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Daily Hoorscope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

July 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

July 21, 2026
Next Post
FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.