• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

59 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

9 seconds ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

20 minutes ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

2 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

2 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

5 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

5 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

6 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

7 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

7 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

8 hours ago
স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

9 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

ইনফ্লুৱেঞ্চাৰৰ অভিযোগ, অভিজিৎ দীপকেৰ বিৰুদ্ধে গোচৰ ৰুজু

editor by editor
August 4, 2026
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, ভাৰত
0
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘উৰ্ফি জাভেদে লৈছিল ১ লাখ টকা’— CJPৰ প্ৰতিবাদক লৈ জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ ফাইজান আনছাৰীয়ে এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। আনছাৰীয়ে লগতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ বিৰুদ্ধেও দিল্লী আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে। আনছাৰীৰ অভিযোগ অনুসৰি, অভিজিৎ দীপকেৰ CJPৰ সৈতে জড়িত কিছুমান লোকে তেওঁক একাধিকবাৰ আক্ৰমণ কৰিছিল। ইয়াৰ উপৰিও, ফাইজানে দাবী কৰে যে CJPৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উৰ্ফি জাভেদে ১ লাখ টকা আৰু পুনম পাণ্ডেই ২০ হাজাৰ টকা লৈছিল।

সংবাদ সংস্থা ANIৰ সৈতে হোৱা কথোপকথনত ফাইজান আনছাৰীয়ে কয়, “অভিজিৎ দীপকেৰ বিৰুদ্ধে আজি মই দিল্লীৰ DCPৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছোঁ। অভিজিৎ দীপকেৰ সাংগোপাংগোই মোক আক্ৰমণ চলাইছিল। পুনে আৰু ঔৰংগাবাদত মোৰ ওপৰত CJPৰ লোকে আক্ৰমণ কৰিছিল। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈ আছে।” তেওঁ আৰু কয়, “মই বিচাৰোঁ দিল্লী আৰক্ষীয়ে অতি শীঘ্ৰে অভিজিৎ দীপকেক গ্ৰেপ্তাৰ কৰক, যাতে আগলৈ কোনো ধৰণৰ দাংগা-হাংগামা বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়।”

আনহাতে, দিল্লী আৰক্ষীৰ ওচৰত দাখিল কৰা লিখিত অভিযোগত ফাইজান আনছাৰীয়ে উল্লেখ কৰে, “অভিজিৎ দীপকেই পাকিস্তানৰ এজেণ্ট আৰু উমৰ খালিদৰ সমৰ্থক। তেওঁ বলিউডৰ কিছুমান চেলিব্ৰিটিক ধন দি যন্তৰ-মন্তৰত অনুষ্ঠিত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ মাতিছিল।”

অভিযোগ পত্ৰখনত আৰু উল্লেখ কৰা হৈছে যে, “উৰ্ফি জাভেদে ১ লাখ টকা আৰু পুনম পাণ্ডেই ২০ হাজাৰ টকা গ্ৰহণ কৰিছিল।

….মোৰ দাবী, উমৰ খালিদৰ দৰে অভিজিৎ দীপকেৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্ৰহণ কৰি কাৰাগাৰলৈ পঠিয়াব লাগে। তেওঁ দেশৰ পৰিৱেশ অশান্ত কৰাৰ চেষ্টা কৰিছে আৰু সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে হিংসাত্মক পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abhijeet dipkeasom live24CJPcjp protestUrfi Javed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

August 4, 2026
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত
বাণিজ্য

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

August 4, 2026
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট
জীৱনশৈলী

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

August 4, 2026
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!
জীৱনশৈলী

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

August 4, 2026
Next Post
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.