• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

2 months ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

24 seconds ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

29 minutes ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

51 minutes ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

1 hour ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

3 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

3 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

5 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

5 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

7 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

15 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

15 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

মৃ*তকৰ সংখ্যা আৰু বৃদ্ধিৰ আশংকা

editor by editor
August 5, 2026
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ
0
SHARES
528
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাজাৰ যুদ্ধৰ ভয়াৱহতা পুনৰ পোহৰলৈ আহিছে। গাজা চহৰত ইজৰাইলৰ বিমান আক্ৰমণৰ প্ৰায় তিনি বছৰৰ পাছত এই ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৈছে ১১২ জন পেলেষ্টাইনী লোকৰ মৃ*তদেহ। ইয়াৰ ভিতৰত আছে একেটা পৰিয়ালৰ বৃহৎ সংখ্যক মহিলা আৰু শিশু। গাজাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মতে, যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই ভূখণ্ডত অনুষ্ঠিত হোৱা অন্যতম বৃহৎ গণ অন্ত্যেষ্টিক্ৰিয়া আছিল।

গাজা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তথ্য অনুসৰি গাজা চহৰৰ ছাব্ৰাত আবু শ্বৰিয়া আৰু আল হুছেইনহ পৰিয়ালৰ ঘৰৰ ধ্বংসাৱশেষৰ পৰা ১১২ জন লোকৰ মৃ*তদেহ আৰু মানৱ অৱশিষ্ট উদ্ধাৰ কৰা হৈছে। মঙলবাৰে উদ্ধাৰ হোৱা মৃ*তদেহৰ গণ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত মৃ*তদেহকেইটা পেলেষ্টাইনৰ পতাকাৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।

গাজা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মতে, ২০২৩ চনৰ ২৩ নৱেম্বৰত ইজৰাইলী আক্ৰমণত পৰিয়াল দুটাৰ আৱাসিক চৌহদক লক্ষ্য কৰি লোৱা হৈছিল। অব্যাহত থকা যুদ্ধৰ বাবে সেই সময়ত উদ্ধাৰকাৰী দল উপস্থিত হ’ব পৰা নাছিল। বিগত জুলাইৰ মাজভাগত প্ৰথমবাৰৰ বাবে উদ্ধাৰকাৰী দলসমূহে সেই স্থানত উপস্থিত হ’বলৈ সক্ষম হয়, তাৰ পিছত তেওঁলোকে দুসপ্তাহ ধৰি ধ্বংসাৱশেষৰ মাজত মৃ*তদেহৰ সন্ধান কৰে।

গাজাৰ অসামৰিক প্ৰতিৰক্ষা অভিযানৰ সঞ্চালক মহম্মদ আল মুঘাইয়েৰে কয় যে-উদ্ধাৰকাৰী দলে ১৭ দিনীয়া অবিৰত অভিযানৰ অন্তত ১১২টা মৃ*তদেহ উদ্ধাৰ কৰে। তেওঁ কয় যে উদ্ধাৰকাৰী দলে পৰ্যাপ্ত যন্ত্ৰৰ অভাৱত কেৱল খালী হাত আৰু সীমিত সম্পদেৰে অনুসন্ধান কৰিবলগীয়া হৈছিল। গাজাৰ অসামৰিক প্ৰতিৰক্ষাৰ মুখপাত্ৰ মাহমুদ বাছালে কয় যে উদ্ধাৰ হোৱাসকলৰ ভিতৰত ৪৪টা শিশুও আছে। তেওঁ দাবী কৰে যে সমগ্ৰ গাজাত ৮ হাজাৰতকৈ অধিক মৃ*তদেহ এতিয়াও ধ্বংসাৱশেষৰ তলত আশংকা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Gaza AttackIsreal Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?
অসম

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

September 26, 2026
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
Next Post
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.