• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

1 hour ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

4 seconds ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

36 minutes ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

3 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

4 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

4 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

5 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

5 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

6 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

7 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

8 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

মানৱতাৰ ক্ষুদ্ৰতম বৈশিষ্ট্যখিনিও হেৰুৱাই পেলোৱা ৰামানুজনৰ আৰু কি মন্তব্য?

editor by editor
September 8, 2026
in অপৰাধ, অসম, ভাৰত, লেখা
0
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেলতলাত পত্নী ৰিয়া তালুকদাৰক ৰামানুজনে নৃ*শংসভাৱে হ*ত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই হ*ত্যাকাণ্ডৰ তদন্ত চলি থকাৰ মাজতে অভিযুক্ত ৰামানুজ গোস্বামীৰ অতীতক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। ৰামানুজ বিগত প্ৰায় পাঁচ বছৰ ধৰি ড্ৰা*গছৰ আসক্ত আছিল। এই আসক্তিৰ বাবে তেওঁ এটা সময়ত ৰিহেবিলিটেচন চেণ্টাৰত আছিল। ইফালে, ৰিয়া হ*ত্যাকাণ্ডৰ পিছত অভিযুক্ত ৰামানুজৰ আচৰণক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আৰক্ষীৰ জিম্মাত থকাৰ সময়তে সংবাদ মাধ্যমৰ আগত তেওঁ হ*ত্যাকাণ্ডক লৈ কোনো অনুশোচনা নথকাৰ কথা প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ সন্মুখতে মানৱতাৰ ক্ষুদ্ৰতম বৈশিষ্ট্যখিনিও হেৰুৱাই পেলোৱা ৰামানুজে ‘No regrets, No apology’ বুলি মন্তব্য কৰাৰ লগতে ৰিয়াক হ*ত্যা কৰি তেওঁৰ ভাল লাগিছে বুলিও কোৱা বুলিও অভিযোগ উঠিছে। ইয়াৰ উপৰি জে’লৰ পৰা ওলাই আহিলে ৰিয়াৰ তথাকথিত ‘চুগাৰ ডেডী’কো হ*ত্যা কৰাৰ হুংকাৰ দিয়া বুলি জানিব পৰা গৈছে।

ৰামানুজে ৰিয়াৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহৰ পৰাই এই হ*ত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। কেৱল এয়াই নহয়, আৰক্ষীৰ জিম্মাত সংবাদ মাধ্যমৰ কৰ্মীৰ সৈতেও তেওঁ দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হোৱা বুলি জানিব পৰা গৈছে। ইফালে, ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষাক লৈও জটিলতা সৃষ্টি হৈছিল। সোমবাৰে ৰিয়াৰ ককায়েক পলমকৈ মৰ্গত উপস্থিত হোৱাৰ বাবে সেইদিনা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব পৰা নগ’ল। আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ কথা।

দীৰ্ঘ সময় ধৰি মৰণোত্তৰ পৰীক্ষা নোহোৱাকৈ থকাৰ ফলত মৃ*তদেহটোৰ ডিঙিৰ তলৰ অংশ উৱলি যাবলৈ আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে। এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছত হ*ত্যাকাণ্ডটোৰ বহু গুৰুত্বপূৰ্ণ দিশ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24beltola murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে
বিনোদন

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

September 8, 2026
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক
বাণিজ্য

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

September 8, 2026
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
বাণিজ্য

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

September 8, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

September 8, 2026
Next Post
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.