অসম লাইভ ২৪ঃ কংগ্ৰেছে ঘোষণা কৰিলে দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্ৰার্থী তালিকা।
২৬টা সমষ্টিত প্ৰার্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে
ৰাটাবাৰী— শম্ভূ সিং মাল্লা
পাথাৰকান্দি— শচীন চাহু
উত্তৰ কৰিমগঞ্জ— কমলাক্ষ দে’ পুৰকায়স্থ
দক্ষিণ কৰিমগঞ্জ— ছিদ্দিক আহমেদ
কাটলিচেৰা— সঞ্জীৱ ৰয়
শিলচৰ— তামালকান্তি বণিক
ধলাই— কামাখ্যা প্ৰসাদ মালা
উদাৰবন্দ— অজিত সিং
লক্ষীপুৰ— মুকেশ পাণ্ডে
বৰখলা— মিছবাহুল ইছলাম লস্কৰ
কাটিগড়া— খলিলুদ্দিন মজুমদাৰ
হাফলং— নির্মল লাংথাছা
হাওৰাঘাট— সঞ্জীৱ টেৰণ
বৈঠালাংছ’— আগষ্টিন ইংতি
কমলপুৰ— কিশোৰ কুমাৰ ভট্টাচার্য
নলবাৰী— প্ৰদ্যুৎ কুমাৰ ভূঞা
ছিপাঝাৰ— কুলদ্বীপ বৰুৱা
মঙলদৈ— বসন্ত দাস
দলগাঁও— ইলিয়াছ আলী
জাগীৰোড— স্বপন কুমাৰ মণ্ডল
লাহৰীঘাট— আছিফ মহম্মদ নাজাৰ
ৰহা— শশীকান্ত দাস
নগাঁও— শান্তনু শর্মা
বঢ়মপুৰ— সুৰেশ বৰা
হোজাই— দেৱব্ৰত সাহা
লামডিং— স্বপন কৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















