তথাকথিত হিন্দুত্ববাদী সত্যৰঞ্জন বৰাৰ সুৰ সলনি। মুছলমান বিদ্বেষী সত্যৰঞ্জন বৰা আজমলৰ পক্ষত। বিজেপিৰ কার্যকলাপত অসন্তুষ্ট সত্যৰঞ্জন। ‘বিশেষ ব্যক্তিক বিজেপিয়ে মুখ্যমন্ত্ৰী পতাৰ কৌশল ৰচিছে’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















