ধর্মপুৰ বিধানসভা সমষ্টিৰ যুঁজ। কংগ্ৰেছ দলে সলনি কৰিছে প্ৰার্থী। নীলমণিৰ ঠাইত যুৱনেতা ৰাতুল পাটোৱাৰী। টকা আৰু প্ৰতিপত্তি লগত থাকিব বিজেপিৰ হিতাধিকাৰীৰ। চন্দ্ৰত লাগিব নেকি ৰাতুল গ্ৰহণ?