• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

1 hour ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

1 minute ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

2 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

2 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

3 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

4 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

12 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

12 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

13 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

13 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

14 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

14 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

কাৰ নৃশং*সতাৰ বলি হ'ল আয়েশা?

editor by editor
October 9, 2026
in অপৰাধ, ভাৰত, লেখা
0
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি যুৱতীসকলৰ বাবে যেন নিৰাপত্তা এক বৃহৎ প্ৰশ্ন হৈ পৰিছে। ৰিয়া তালুকদাৰ-নিমিষা ঠাকুৰীয়াৰ হত্যাকাণ্ডৰ পিছত হিমাশ্ৰী বড়োৰ মৃতদেহ অন্ধপ্ৰদেশত উদ্ধাৰ হোৱাৰ পিছতে আন এক ঘটনা পোহৰলৈ আহিছে। অৱশ্যে এই ঘটনা অসমৰ নহয়। অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ দাৰ্চী চহৰত এগৰাকী ২২ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃ*ত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘৰৰ পৰা বন্ধুক লগ কৰিবলৈ ওলাই যোৱাৰ পিছত পিছদিনা পুৱা পুখুৰীৰ পাৰত যুৱতীগৰাকীৰ মৃ*তদেহ উদ্ধাৰ হয়। মৃ*তদেহটোত কেইবাটাও গুৰুতৰ আঘাতৰ চিন আৰু এটা বাহু ভঙা অৱস্থাত পোৱা গৈছে। এই ঘটনাৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে তেওঁৰ বন্ধুসকলৰ বিৰুদ্ধে অপহৰণ আৰু পৰিকল্পিত হ*ত্যাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে, ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

জানিব পৰা মতে, মৃত যুৱতীগৰাকী হৈছে দাৰ্চী চহৰৰ বাসিন্দা শ্বেখ ৰেহমত বাছাৰ কন্যা শ্বেখ আয়েশা। শেহতীয়াকৈ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা আয়েশাৰ এনে আকস্মিক মৃ*ত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। আনহাতে, ঘটনাটোৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে নেকি, সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ঘটনাৰ বিৱৰণ অনুসৰি, বিগত ৫ অক্টোবৰৰ বিয়লি আয়েশাই বন্ধুক লগ কৰিবলৈ যোৱাৰ কথা ঘৰৰ লোকক জনাই স্কুটাৰেৰে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু নিশা বহু সময় পাৰ হৈ যোৱাৰ পিছতো তেওঁ ঘৰলৈ উভতি নাহিল। ইয়াৰ পিছতে চিন্তিত হৈ পৰা পৰিয়ালৰ লোকে আত্মীয়-স্বজন, বন্ধু-বান্ধৱী আৰু চিনাকি লোকৰ ঘৰত আয়েশাক বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু বহু বিচাৰ-খোচাৰ কৰিও তেওঁৰ কোনো সন্ধান লাভ নকৰাত পিতৃ শ্বেখ ৰেহমত বাছাই সেই নিশাই স্থানীয় দাৰ্চী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি যুৱতীগৰাকীৰ সন্ধানত তদন্ত আৰু তালাচী অভিযান আৰম্ভ কৰে।

পিছদিনা পুৱা দাৰ্চীৰ সমীপৰ এন এ পি পুখুৰীৰ ওচৰত এগৰাকী যুৱতীৰ মৃ*তদেহ পৰি থকা বুলি আৰক্ষী আৰু স্থানীয় লোকক খবৰ দিয়া হয়। খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। পৰিয়ালৰ লোকেও তাত উপস্থিত হৈ মৃ*তদেহটো আয়েশাৰ বুলি চিনাক্ত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24girls murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
Next Post
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.