• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

1 day ago
কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

27 minutes ago
৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

57 minutes ago
অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

2 hours ago
৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

2 hours ago
‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

3 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

মুছলিম ৰাষ্ট্ৰত দুৰ্যোগ, ঘৰ-বাৰী এৰি পলায়ন জনতাৰ

4 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হোৰাহোৰে হ্ৰাস পাইছে সোণৰ মূল্য! নৱেম্বৰৰ শেষলৈকে সোণৰ হাৰ ১.২৯ লাখ টকা হ’ব নেকি?

5 hours ago
আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক

আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক

6 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

প্ৰেমৰ ক্ষেত্ৰত আটাইতকৈ বিশ্বাসী এই ৫ ৰাশিৰ লোক, নিদিয়ে কাৰো মনত আঘাত!

6 hours ago
পুৰণি দুখ-কষ্টৰ অন্ত! ২০২৭ চনত সোণালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ বাবে

পুৰণি দুখ-কষ্টৰ অন্ত! ২০২৭ চনত সোণালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ বাবে

6 hours ago
সাৱধান! ৰাহু-কেতুৰ প্ৰভাৱত জীৱনলৈ আহিব পাৰে নানা সমস্যা, জানক জ্যোতিষশাস্ত্ৰই কি কয়

সাৱধান! ৰাহু-কেতুৰ প্ৰভাৱত জীৱনলৈ আহিব পাৰে নানা সমস্যা, জানক জ্যোতিষশাস্ত্ৰই কি কয়

7 hours ago
ৰক সংগীতেৰে কঁপিব গুৱাহাটী! আজি খানাপাৰাত বিশ্ববিখ্যাত Guns N’ Rosesৰ সংগীতানুষ্ঠান, উছাহত মতলীয়া অনুৰাগী

ৰক সংগীতেৰে কঁপিব গুৱাহাটী! আজি খানাপাৰাত বিশ্ববিখ্যাত Guns N’ Rosesৰ সংগীতানুষ্ঠান, উছাহত মতলীয়া অনুৰাগী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

ৰ’জ আলী কাণ্ডৰ পুনৰাবৃত্তি!

editor by editor
November 16, 2026
in অপৰাধ, অসম, লেখা
0
প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই এগৰাকী ছাত্ৰীৰ ওপৰত ৰাজপথতে চলিল ভয়ংকৰ আক্ৰমণ। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আবুল কালাম আজাদ নামৰ এজন যুৱকৰ বিৰুদ্ধে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি থকা সময়তে পথত আগচি ধৰে অভিযুক্ত আবুল কালাম আজাদে। ইয়াৰ পিছতে ছাত্ৰীগৰাকীৰ সৈতে কোনো কথাক লৈ বাক-বিতণ্ডাত লিপ্ত হয় যুৱকজন। অভিযোগ অনুসৰি, প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই পূৰ্বৰে পৰা ছাত্ৰীগৰাকীৰ ওপৰত ক্ষুব্ধ হৈ আছিল অভিযুক্তজন। অৱশেষত ৰাজপথতে ছাত্ৰীগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আবুল কালাম আজাদে।

অভিযুক্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰীগৰাকী। ৰাজপথতে তেজেৰে তুমৰলি হৈ পৰে ছাত্ৰীগৰাকী। দিনদুপৰতে সংঘটিত এই ভয়ংকৰ ঘটনাই স্থানীয় লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি কৰে। এগৰাকী কিশোৰী ছাত্ৰীৰ ওপৰত এনেদৰে ৰাজপথতে আক্ৰমণৰ ঘটনাই পুনৰবাৰ ৰাজ্যত নাৰী আৰু কিশোৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে সোণতলীত। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলেই এগৰাকী ছাত্ৰীৰ ওপৰত এনেদৰে হিংসাত্মক আক্ৰমণ চলোৱাৰ অভিযোগে সমাজৰ এক উদ্বেগজনক ছবিও দাঙি ধৰিছে। ইফালে, ঘটনাৰ পিছতে আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰি অভিযুক্ত আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক জে’ললৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাটো এগৰাকী ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিগত অধিকাৰ। কিন্তু সেই সিদ্ধান্ত মানি ল’ব নোৱাৰি এগৰাকী ছাত্ৰীৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলোৱাৰ দৰে ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। সোণতলীৰ এই ঘটনাই পুনৰবাৰ সমাজত নাৰী আৰু কিশোৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক স্পষ্ট কৰি তুলিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?
অপৰাধ

কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

November 17, 2026
৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা
ভাৰত

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

November 17, 2026
অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!
অপৰাধ

অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

November 17, 2026
৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!
অসম

৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

November 17, 2026
Next Post
এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.