• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰবটে অংকন কৰা ছবি নিলাম হ’ল ৫ কোটি টকাত

ৰবটে অংকন কৰা ছবি নিলাম হ’ল ৫ কোটি টকাত

5 years ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

12 minutes ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

2 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

2 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

3 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

4 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

4 hours ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

5 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

7 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

7 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

8 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

16 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ৰবটে অংকন কৰা ছবি নিলাম হ’ল ৫ কোটি টকাত

চ’ফিয়াৰ ডিজিটেল পেইণ্টিং ‘Sophia Instantiation’

editor by editor
April 6, 2021
in প্ৰযুক্তি, বিশ্ব
0
ৰবটে অংকন কৰা ছবি নিলাম হ’ল ৫ কোটি টকাত
0
SHARES
351
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পুনৰ চৰ্চাত ৰবট চ’ফিয়া। চৰ্চিত চ’ফিয়াৰ দ্বাৰা সৃষ্ট ডিজিটেল পেইণ্টিং ‘Sophia Instantiation’। ভাৰতীয় হিচাপত ৫ কোটি টকাত নিলাম হৈছে এই বিশেষ পেইণ্টিংখন। চ’ফিয়াই ইটালীৰ বিখ্যাত ডিজিটেল আৰ্ষ্টিট এন্দ্ৰিয়া ব’নাকেতোৰ সৈতে অংকন কৰিছে পেইণ্টিংখন। ‘Sophia Instantiation’ নামেৰে এখন প’ৰ্ট্ৰেইট পেইণ্টিং কৰি উলিয়াইছে চ’ফিয়াই। শেহতীয়াকৈ পেইণ্টিংখন নিলাম হৈছে ৬,৮৮,৮৮৮ মাৰ্কিন ডলাৰত। নিলামৰ সময়ত চ’ফিয়াই কয়, ‘যন্ত্ৰমানৱৰ দৰে প্ৰযুক্তিৰ প্ৰতি মানুহৰ প্ৰতিক্ৰিয়া দেখি উৎসাহিত’। চ’ফিয়া বিশ্বৰ প্ৰথমটো ৰবট যিয়ে চৌদি আৰৱৰ নাগৰিকত্ব লাভ কৰিছে। মানৱ সদৃশ ৰবট হিচাপে বিশ্বত খ্যাতি লাভ কৰা চ’ফিয়াক পোনপ্ৰথমে ২০১৬ চনত চিনাকি কৰাই দিছিল হংকঙৰ হানছন ৰবটিকচে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24robot SophiaSophia Instantiation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

August 5, 2026
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়
বিজ্ঞান

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

August 5, 2026
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ
বিশ্ব

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

August 5, 2026
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?
প্ৰযুক্তি

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

August 5, 2026
Next Post
দিল্লীত ক’ৰোনাৰ চতুৰ্থ জোৱাৰ, আজিৰে পৰা সান্ধ্য আইন জাৰি

দিল্লীত ক’ৰোনাৰ চতুৰ্থ জোৱাৰ, আজিৰে পৰা সান্ধ্য আইন জাৰি

ন্যায়াধীশ এন ভি ৰমণক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্তি

ন্যায়াধীশ এন ভি ৰমণক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.