মানুহ নহয়, এইবাৰ evmৰ দায়িত্বত গাধ। অসমত মানুহে চম্ভালিব নোৱৰা evm, তামিলনাডুত চম্ভালিলে গাধই। evm পিঠিত লৈ ভোটকেন্দ্ৰ পোৱালেগৈ গাধই।