দিছপুৰৰ নতুন চৰকাৰলৈ ২৩ হাজাৰ কোটিৰ ‘উপহাৰ’ হিমন্তৰ। গগৈৰ চৰকাৰৰ দেনা আছিল ১০,০১৮.৯৩ কোটি টকা। সোণোৱাল চৰকাৰৰ দেনা হ’লগৈ ২৩ হাজাৰ কোটিৰো অধিক। চৰকাৰ যাৰেই নহওক, ধাৰৰ হেঁচাত মেচা হ’ব পিঠি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















