• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুগ্ধ নেট দুনীয়া… বৃদ্ধ দম্পতিক মাত্ৰ ২০টকাত মঙ্গলসূত্ৰ দিলে গহনাৰ  দোকানৰ মালিকে!

মুগ্ধ নেট দুনীয়া… বৃদ্ধ দম্পতিক মাত্ৰ ২০টকাত মঙ্গলসূত্ৰ দিলে গহনাৰ দোকানৰ মালিকে!

1 year ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

26 minutes ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

2 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

2 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

3 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

4 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

5 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

6 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

6 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

7 hours ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

9 hours ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুগ্ধ নেট দুনীয়া… বৃদ্ধ দম্পতিক মাত্ৰ ২০টকাত মঙ্গলসূত্ৰ দিলে গহনাৰ দোকানৰ মালিকে!

মুগ্ধ নেট দুনীয়া... বৃদ্ধ দম্পতিক মাত্ৰ ২০টকাত মঙ্গলসূত্ৰ দিলে গহনাৰ দোকানৰ মালিকে!

editor by editor
June 19, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
মুগ্ধ নেট দুনীয়া… বৃদ্ধ দম্পতিক মাত্ৰ ২০টকাত মঙ্গলসূত্ৰ দিলে গহনাৰ  দোকানৰ মালিকে!
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰত সম্প্ৰতি এক হৃদয়স্পৰ্শী ঘটনাৰ সাক্ষী হৈছে এখন স্বৰ্ণালংকাৰৰ দোকান৷ ৯৩ বছৰীয়া এজন ককা নিভৃত্তি শিণ্ডেই বগা ধুতি কুৰ্তা আৰু মূৰত টুপি পৰিধান কৰি পত্নী শান্তাবাইক লৈ এখন গহনাৰ দোকানলৈ আহিছে৷ উদ্দেশ্য প্ৰিয়তমা পত্নীৰ বাবে এডাল মঙ্গলসূত্ৰ ক্ৰয় কৰা৷

প্ৰথমে দোকানৰ কৰ্মীগৰাকীয়ে ভাৱে যে এই বয়স্ক দম্পতিয়ে সাহায্য বিচাৰি গহনালয়লৈ আহিছে৷ কিন্তু শিণ্ডে ককাই কয় যে তেওঁ পত্নীৰ বাবে এডাল মঙ্গলসূত্ৰ ক্ৰয় কৰিবলৈ আহিছে৷ ককাৰ এই কথাত আৱেগিকো হৈ পৰে দোকানৰগৰাকী৷ এই দম্পতিৰ ঘৰ জালনা জিলাৰ আমভোৰা জাহাগিৰ গাওঁত৷ তেওঁলোকে খোজ কাঢ়ি কাঢ়ি তীৰ্থভ্ৰমণো কৰি আছে৷ তেওঁলোকে আহাৰী একাদশী উৎসৱত অংশগ্ৰহণ কৰিবলৈ খোজেৰেই যাত্ৰা কৰি আছে৷ স্থানীয় লোকৰ ওচৰত তেওঁলোকৰ যুঁটিটো খুবেই পৰিচিত৷ কাৰণ দুয়ো সদায়ে এজনে আনজনৰ কান্ধত কান্ধ মিলাই চলি থকা সকলোৱে প্ৰত্যক্ষও কৰি আহিছে৷ য’লৈকে যাত্ৰা নকৰক কিয় দুয়ো সদায়ে একেলগে থাকে৷

https://www.instagram.com/reel/DK7R-XJzC2g/?utm_source=ig_web_copy_link

শেহতীয়াকৈ গহনা কিনিবলৈ গৈ ককাৰ কাহিনী ভাইৰেল হৈছে নেটমাধ্যমত৷ দোকানখনত পত্নীৰ বাবে মঙ্গলসূত্ৰ পছন্দ কৰি ককাই দোকানৰ গৰাকীক সাঁচতীয়া ১১২০ টকা দিয়ে৷ এই ধনেৰে তেওঁক মঙ্গলসূত্ৰ দিব লাগে৷ দোকানৰ গৰাকীয়ে প্ৰথমে স্তম্বিত হৈ পৰে৷ দোকানীজনে কয়, ‘এনে প্ৰেম আজিৰ দিনত খুবেই বিৰল৷ মই কেৱল ২০ টকা গ্ৰহণ কৰি তেওঁলোকক সেই সোণৰ মঙ্গলসূত্ৰটো দিলো৷ কেৱল তেওঁৰ পৰা অকণমান আশীৰ্বাদ বিচাৰিলো৷’

ভাইৰেল ভিডিঅ’টোক লৈ এতিয়া নেটিজেনে কৰিছে বিভিন্ন মন্তব্য৷ বহুজনেই প্ৰশংসাৰে উপচাই পেলাইছে দোকানীজনক৷ এই উদাৰতা আজিৰ দিনত খুবেই বিৰল৷ এই ধৰণৰ মানুহ এতিয়াও আছে বাবেই পৃথিৱী ইমান সুন্দৰ বুলিও লিখিছে এজন ব্যৱহাৰকাৰীয়ে৷

গাওঁৰ লোকজনে জনায়, দম্পতিৰ এগৰাকী পুত্ৰও আছে৷ তেওঁলোকৰ অধিকাংশ ক্ষেত্ৰত নিজৰ উপাৰ্জন পথৰ মানুহৰ সহানুভূতিৰ ওপৰত নিৰ্ভৰ কৰে৷ তেওঁলোকৰ প্ৰেম আৰু আত্মনিৰ্ভৰতা এতিয়া সকলোৰে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত
জীৱনশৈলী

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

October 9, 2026
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!
বাণিজ্য

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

October 9, 2026
Next Post
জুনতেই বৃষসহ এইকেইটা ৰাশিৰ ভাগ্য চমকি উঠিব! আহিছে গজকেশৰী যোগ, কাৰ কাৰ ভালসময় আৰম্ভ?

জুনতেই বৃষসহ এইকেইটা ৰাশিৰ ভাগ্য চমকি উঠিব! আহিছে গজকেশৰী যোগ, কাৰ কাৰ ভালসময় আৰম্ভ?

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.