• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুনতেই বৃষসহ এইকেইটা ৰাশিৰ ভাগ্য চমকি উঠিব! আহিছে গজকেশৰী যোগ, কাৰ কাৰ ভালসময় আৰম্ভ?

জুনতেই বৃষসহ এইকেইটা ৰাশিৰ ভাগ্য চমকি উঠিব! আহিছে গজকেশৰী যোগ, কাৰ কাৰ ভালসময় আৰম্ভ?

1 year ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

3 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

3 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

3 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

4 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

5 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

6 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

6 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

7 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

7 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

8 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

8 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুনতেই বৃষসহ এইকেইটা ৰাশিৰ ভাগ্য চমকি উঠিব! আহিছে গজকেশৰী যোগ, কাৰ কাৰ ভালসময় আৰম্ভ?

জুনতেই বৃষসহ এইকেইটা ৰাশিৰ ভাগ্য চমকি উঠিব! আহিছে গজকেশৰী যোগ, কাৰ কাৰ ভালসময় আৰম্ভ?

editor by editor
June 19, 2025
in জীৱনশৈলী
0
জুনতেই বৃষসহ এইকেইটা ৰাশিৰ ভাগ্য চমকি উঠিব! আহিছে গজকেশৰী যোগ, কাৰ কাৰ ভালসময় আৰম্ভ?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি বৃহস্পতি হৈছে গুৰুত্বপূৰ্ণ গ্ৰহৰ মাজত অন্যতম৷ জ্ঞান, শিক্ষা, ধাৰ্মিক কাম, দান, পূণ্য বৃদ্ধিৰ কাৰক হিচাপে ধৰা হয় বৃহস্পতিক৷ আৰু দেৱতাসকলৰ গুৰু বৃহস্পতিৰ অৱস্থানৰ সামান্য পৰিবৰ্তনে জীৱনত কিছু প্ৰভাৱ পেলায়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি জুন মাহতেই বৃহস্পতিয়ে অৱস্থান পৰিবৰ্তন কৰিব৷ এইবাৰ বৃহস্পতিয়ে তৈয়াৰ কৰিছে গজকেশৰী ৰাজযোগ৷

বৃষ ৰাশি

গজকেশৰী ৰাজযোগৰ নিৰ্মাণৰ ফলত এই ৰাশিৰ জাতক জাতিকাই লাভ পাব৷ পৈতৃক ব্যৱসায়ত লাভ হব পাৰে৷ জীৱনত নানান ধৰণৰ সুখ আনন্দ আহিব পাৰে৷ চাকৰিয়ালৰ বাবে এই সময়কাল খুবেই ভাল৷ কৰোবাত পাবলগীয়া ধন এই সময়ত লাভ কৰিব আপুনি৷ ধৰ্ম, কৰ্মত আপুনি বেছি সময় অতিবাহিত কৰিব পাৰে৷ মান সন্মান বাঢ়িব পাৰে৷

মিথুন ৰাশি

শিক্ষাক্ষেত্ৰত মনে বিচৰাধৰণে লাভ পাব পাৰে৷ সন্তানৰ তৰফৰ পৰা কোনো ভাল খবৰ পাব পাৰে৷ এই ৰাশিৰ জাতক জাতিকাই এই সময়ত কোনো সুখবৰ পাব পাৰে৷ সমাজৰ ডাঙৰ কোনো প্ৰসিদ্ধ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিব পাৰে৷ সামাজিক দিশৰ পৰা উন্নতি কৰিব পাৰে৷ ধাৰ্মিক কামত অংশ লব পাৰে৷ ধন সম্পত্তি সম্পৰ্কিত সমস্যাৰ পৰা মুক্তি পাব পাৰে৷ দীৰ্ঘদিন ধৰি স্বাস্থ্য সংক্ৰান্তিয় সমস্যাত ভূগি থাকিলে মুক্তি পাব পাৰে৷ বৈবাহিক জীৱন পূৰ্বতকৈ ভাল হব৷

তুলা ৰাশি

এই ৰাশিৰ জাতক জাতিকাৰ জীৱনত অনুকূল প্ৰভাৱ পেলাব গজকেশৰী যোগে৷ এই ৰাশিৰ জাতক জাতিকাৰ জীৱনত আধ্যাত্মিকতাই প্রভাৱ পেলাব৷ বহুদিন ধৰি চলা পৰিশ্ৰমৰ ফল এইবাৰ লাভ কৰিব৷ সন্তানৰ সুখ আহিব জীৱনলৈ৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা পাব৷ কামত বাধা থাকিলে এই সময়ত দূৰ হব৷

কেতিয়া গজকেশৰী যোগ?

২৪ জুনৰ নিশা ১১ বাজি ৪৫ মিনিটত মিথুন ৰাশিত প্ৰৱেশ কৰিব চন্দ্রই৷ তাতেই আছে বৃহস্পতি৷ ২৪ জুনত মিথুনত থাকিব বৃহস্পতি৷ তাৰফলত দুই গ্ৰহৰ মাজত যুঁটি তৈয়াৰ হব৷ তাৰ ফলতেই তৈয়াৰ হব গজকেশৰী ৰাজযোগ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
Next Post
প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য

২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.