• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

1 year ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

47 minutes ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

2 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

3 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

3 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

4 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

16 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

17 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

17 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

18 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

18 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

20 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

editor by editor
June 19, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদি মোটা ৰিটাৰ্ণ পোৱা যায়৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ বিকল্প আছে৷ অৱশ্যে অসুবিধাও আছে৷ চৰকাৰী স্কিম, বণ্ড, বেংক ডিপজিট স্কিমৰ দৰে বিনিয়োগত গেৰেণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷

এইবাৰ বেংক ডিপজিট স্কিমৰ কথা যদি কোৱা যায় তেন্তে সকলোৰে আগত মনলৈ আহে ফিক্সড ডিপজিটৰ প্ৰসংগ৷ বৰ্তমান বেংকসমূহে ফিক্সড ডিপজিটত বেছ ভাল সুদ অফাৰ কৰিছে৷ এবাৰ যদি ছিনিয়ৰ চিটিজেনৰ কথা ধৰা হয় তেন্তে এই ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপজিটত বেছি হয়৷

বৰ্তমান সময়ত ৰেকাৰিং ডিপজিট অৰ্থাৎ RD বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত আৰ ডি অফাৰ কৰে৷ পষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RD ৰ মেচিওৰিটি ৫বছৰ৷ কিন্তু ৩ বছৰৰ পাছতো এই ধন আপুনি উঠাই ল’ব পাৰে৷ RD ৰ এক বিশেষত্ব হৈছে, এই স্কিমত কোনো অসুবিধা নাই৷ সম্পূৰ্ণ নিৰাপদে থাকে৷ সৰু বিনিয়োগকাৰীৰ ক্ষেত্ৰত প’ষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RD বিনিয়োগৰ এক জনপ্ৰিয় বিকল্প৷

কোনোৱে যদি পষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RDত প্ৰতিমাহে ২৫০০ টকা বিনিয়োগ কৰে তেন্তে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব? কোনোৱে যদি পষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RDত প্ৰতিমাহে ২৫০০ টকা বিনিয়োগ কৰে তেন্তে ৫ বছৰত মুঠ ১,৭৮,৪১৫ টকা বিনিয়োগ কৰিব৷ কোনোৱে যদি প’ষ্ট অফিচৰ ৰেকাৰিং ডিপজিট অৰ্থাৎ RDত প্ৰতিমাহে ২৫০০ টকাকৈ বিনিয়োগ কৰিলে সুদৰ বাবদ মুঠ ২৮৪১৫ টকা পোৱা যাব৷

RD এনে এক স্কিম, যাৰ বিপৰীতে বিনিয়োগৰাকীয়ে ঋণো ল’ব পাৰে৷ প’ষ্ট অফিচৰ নিয়ম অনুসৰি ১২টা কিস্তি জমা দিয়াৰ পাছত একাউণ্টত জমা হোৱা পৰিমাণৰ ৫০শতাংশ পৰ্যন্ত ঋণ ল’ব পাৰে৷ ঋণ একক বা কিস্তিতো শোধ কৰিব পাৰিব৷ ঋণৰ সুদৰ হাৰ ৰেকাৰিং ডিপজিটৰ সুদৰ হাৰতকৈ ২শতাংশ বেছি হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা
জীৱনশৈলী

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

July 10, 2026
আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
Next Post
২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য

২০২৫ চনৰ কেলেণ্ডাৰ হুবহু মিলিছে ১৯৪১ চনৰ সৈতে, জানক ইয়াৰ ৰহস্য

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.