• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ অত্যাধিক বোজা হ্ৰাস, চীনত প্ৰণয়ন নতুন শিক্ষা আইন

‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ অত্যাধিক বোজা হ্ৰাস, চীনত প্ৰণয়ন নতুন শিক্ষা আইন

5 years ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

7 minutes ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

16 minutes ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

1 hour ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ অত্যাধিক বোজা হ্ৰাস, চীনত প্ৰণয়ন নতুন শিক্ষা আইন

editor by editor
October 23, 2021
in গুৱাহাটী, বিশ্ব, ভাৰত, শিক্ষা
0
‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ অত্যাধিক বোজা হ্ৰাস, চীনত প্ৰণয়ন নতুন শিক্ষা আইন
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শিক্ষানুষ্ঠানসমূহে শিশুৰ ওপৰত জাপি দিয়া ‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ অত্যাধিক বোজা এতিয়াৰে পৰা শিশুসকলে সহ্য কৰিব নালাগে৷ চীনত বন্ধ কৰা হৈছে শিশুৰ ‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ ব্যৱস্থা৷ চীনে প্ৰণয়ন কৰিছে নতুন শিক্ষা আইন৷ নতুন আইন অনুসৰি,  হোমৱৰ্ক বন্ধ কৰাৰ লগতে স্কুল ছুটীৰ পাছত হোৱা ক্লাছসমূহো বন্ধৰ নিৰ্দেশ দিছে যাতে অত্যাধিক চাপৰ বাবে শিশু উদ্বিগ্ন হ’বলগীয়া নহয়৷ ইয়াৰ জৰিয়তে শিশুসকলৰ অনলাইন গেমৰ প্ৰতি থকা আসক্তি নাইকীয়া কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে৷ শিশুৰ ওপৰত থকা অত্যাধিক চাপ হ্ৰাসৰ বাবে শিশুক উপযুক্ত বিশ্ৰাম আৰু ব্যায়ামৰ বাবে সময় নিৰ্ধাৰিত কৰিবৰ বাবে অভিভাৱক সকলক আহ্বান জনায়৷ ইয়াৰ উপৰি শেহতীয়াভাৱে শিক্ষা বিভাগে শিশুৰ বাবে অনলাইন গেমৰ সময় নিৰ্ধাৰণ কৰি দিছে৷ সেই অনুসৰি শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে কেৱল এঘণ্টাৰ বাবে অনলাইনত খেলিব পাৰিব শিশুৱে৷ ইয়াৰ পৰিৱৰ্তে মুকলিলৈ খেলাৰ সুবিধা কৰিবলৈ অভিভাৱকক আহ্বান জনায়৷ চীনৰ এই ব্যৱস্থাৰ জৰিয়তে নিশ্চিতভাৱে শিশুসকলে চাপমুক্ত হৈ খেলা-ধূলা কৰাৰ লগতে অন্য দিশত মনোনিৱশ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24china new lawhomework will cut in chinanew educational law china'
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
teen sells wife

প্ৰয়োজন হ’ল মোবাইল, প্ৰয়োজন পূৰাবলৈ বিক্ৰী কৰিলে পত্নীক…

কলগাছিয়াত বেঁকীৰ ভয়াৱহ ৰূপ

কলগাছিয়াত বেঁকীৰ ভয়াৱহ ৰূপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.