• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আমিৰ খানৰ বিশেষ মন্তব্য : কি ক’লে বলিউদৰ অভিনেতাগৰাকীয়ে?

‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আমিৰ খানৰ বিশেষ মন্তব্য : কি ক’লে বলিউদৰ অভিনেতাগৰাকীয়ে?

4 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

7 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

8 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

8 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

9 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

10 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

10 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

11 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

11 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

12 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

13 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আমিৰ খানৰ বিশেষ মন্তব্য : কি ক’লে বলিউদৰ অভিনেতাগৰাকীয়ে?

editor by editor
March 21, 2022
in চিনেমা, ভাৰত
0
‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আমিৰ খানৰ বিশেষ মন্তব্য : কি ক’লে বলিউদৰ অভিনেতাগৰাকীয়ে?
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি বিতৰ্কৰ শীৰ্ষত থকা দ্য কাশ্মীৰ ফাইলছকলৈ বিশেষ মন্তব্য প্ৰকাশ কৰিছে বলিউদৰ পাৰ্ফেকশ্যনিষ্ট আমিৰ খানে৷ বলিউদৰ অভিনেতা আমিৰ খানে ভাৰতীয়সকলে দ্য কাশ্মীৰ ফাইলছ ছবিখন চোৱাটো নিতান্তই উচিত বুলি মত প্ৰকাশ কৰিছে৷

দেওবাৰে দিল্লীৰ এখন সংবাদ মেলত সাংবাদিকৰ প্ৰশ্নোত্তৰত বলিউদৰ অভিনেতাজনে কয় যে ছবিখন চোৱাটো নিতান্তই প্ৰয়োজন৷ তেওঁ লগতে কয় যে ছবিখনে ইতিহাসৰ এনে এক অংশক বহন কৰিছে, যিয়ে হৃদয় দুখ দিয়ে৷

লগতে পঢ়ক ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ পাৰ্শ্বক্ৰিয়া : তিনি হিন্দু যুৱকক ছুৰিকাঘাত মুছলমান ব্যক্তিৰ

‘‘কাশ্মীৰৰ পণ্ডিতসকলৰ লগত যি হৈছে, সেয়া অতি দুখৰ কথা৷ এনে বিষয়ৰ ওপৰত যি ছবি নিৰ্মাণ হৈছে, সেই ছবি প্ৰতিগৰাকী হিন্দুাস্তানীয়ে চোৱা উচিত৷’’ আমিৰ খানে কয়৷

‘‘মানৱতাত বিশ্বাস কৰা সকলোৰে আৱেগক ছবিখনে স্পৰ্শ কৰিছে আৰু ইয়ে ছবিখনৰ সৌন্দৰ্য৷ মই ছবিখন চামেই আৰু ছবিখন সফল হোৱাত মই সুখী হৈছো৷’’ আমিৰ খানে লগতে আৰু কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodthe kashmir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা
অসম

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

April 9, 2026
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?
অসম

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

April 9, 2026
Next Post
এইবাৰ দেশৰ অন্য ৰাজ্যত নহয় : খোদ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে দলৱদ্ধ ধৰ্ষণৰ বলি কিশোৰী

এইবাৰ দেশৰ অন্য ৰাজ্যত নহয় : খোদ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে দলৱদ্ধ ধৰ্ষণৰ বলি কিশোৰী

ভগৱন্ত সিং মান চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীৰ ৭ গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

ভগৱন্ত সিং মান চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীৰ ৭ গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.