• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভগৱন্ত সিং মান চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীৰ ৭ গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

ভগৱন্ত সিং মান চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীৰ ৭ গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

4 years ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

6 minutes ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

39 minutes ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

1 hour ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

2 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

3 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

3 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

5 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

5 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

15 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ভগৱন্ত সিং মান চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীৰ ৭ গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

editor by editor
March 21, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
ভগৱন্ত সিং মান চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীৰ ৭ গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ
0
SHARES
171
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱৰ নৱগঠিত আম আদমি পাৰ্টিৰ চৰকাৰৰ প্ৰতি সমগ্ৰ দেশৰে সচেতন মহলৰ দৃষ্টি নিৱদ্ধ আছে৷ ভগৱন্ত সিং মানে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পিছতে কেবাটাও জনমুখী সিদ্ধান্ত ঘোষণা কৰি দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে সংবাদ মাধ্যমতো বিশেষভাৱে চৰ্চা লাভ কৰিছে৷

সেয়ে সংবাদ মাধ্যমৰ লগতে দেশৰ ৰাজনৈতিকভাৱে সচেতন মহলে ভগৱন্ত মান সিঙৰ পঞ্জাৱ চৰকাৰৰ কেবিনেট গঠনৰ ওপৰতো বিশেষভাৱে দৃষ্টি নিৱদ্ধ কৰিছে৷ ভগৱন্ত সিং মানে পঞ্জাৱ কেবিনেট গঠন কৰাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত ঘটিছে৷

সোমবাৰে এছ’ছিয়েশ্যন ফ’ৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ-এ এই বিতৰ্কৰ সূত্ৰপাত ঘটাইছে৷ সংস্থাটোৱে দাবী কৰিছে যে ভগৱন্ত মান সিঙৰ মন্ত্ৰীসভাৰ ১১ জন মন্ত্ৰীৰ ভিতৰত ৭ গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে৷ ইয়াৰে চাৰিগৰাকী কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰো আছে৷

লগতে পঢ়ক ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আমিৰ খানৰ বিশেষ মন্তব্য : কি ক’লে বলিউদৰ অভিনেতাগৰাকীয়ে?

নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামা বিশ্লেষণ কৰি সংস্থাটোৱে দাবী কৰিছে যে মানৰ মন্ত্ৰীসভাৰ ৬৪ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধেই অপৰাধমূলক গোচৰ আছে৷ ইয়াৰে ৩৪ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে অতি গুৰুতৰ অপৰাধনমূলক গোচৰ আছে৷

আনহাতে, মানৰ মন্ত্ৰী সভাত নগৰাকী কোটিপটি মন্ত্ৰী অন্তভুৰ্ক্ত হৈছে৷ কোটিপটি মন্ত্ৰীসকলৰ গড় সম্পত্তিৰ পৰিমাণ হৈছে ২.৮৭ কোটি টকা৷ ইয়াৰে আটাইতকৈ ধনাঢ্য মন্ত্ৰীগৰাকী হৈছে হশিয়াৰপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত ব্ৰাম শংকৰ (জিম্পা)৷ তেওঁ সম্পত্তিৰ পৰিমাণ হৈছে ৮.৫৬ কোটি টকা৷

আনহাতে মান মন্ত্ৰী সভাৰ আটাইতকৈ দৰিদ্ৰ মন্ত্ৰীগৰাকীৰ হৈছে ভোৱা সমষ্টিৰ লাল চান্দ৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬.১৯ লাখ টকা৷ ইফালে শপনামাৰ তথ্যৰ ভিত্তি সংস্থাটোৱে ভগৱন্ত মান মন্ত্ৰীসভাৰ ৯ গৰাকী মন্ত্ৰী ঋণগ্ৰস্ত বুলি প্ৰকাশ কৰিছে৷ ১.০৮ কোটি টকাৰ ঋণেৰে সৰ্বাধিক ঋণগ্ৰস্ত মন্ত্ৰীগৰাকী হৈছে ব্ৰাম শংকৰ৷

লগতে পঢ়ক ১৩৩ গৰাকীসহ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত : পৰ্বতৰ শিখৰত সূত্ৰপাত ভয়াৱহ অগ্নিকাণ্ড

সংস্থাটোৰ মতে মন্ত্ৰীসভাৰ ৪৫ শতাংশ অৰ্থাৎ পাঁচ গৰাকীৰ মন্ত্ৰীৰ শিক্ষাগত অৰ্হতা হৈছে ১০ দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ৷ বাকী ৫৫ শতাংশ মন্ত্ৰী স্নাতক ডিগ্ৰীধাৰী বুলি কোৱা হৈছে৷

মানৰ মন্ত্ৰী সভাৰ ছগৰাকী মন্ত্ৰীৰ বয়স ৩১ৰ পৰা ৫০ বছৰ আৰু বাকী পাঁচগৰাকী মন্ত্ৰীৰ বয়স ৫১ৰ পৰা ৬০ বছৰৰ ভিতৰত বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে৷

উল্লেখ্য যে যোৱা শনিবাৰে শ্বহীদ ভগৎ সিঙৰ গাঁৱত ভগৱন্ত সিং মানৰ আম আদমি পাৰ্টিৰ চৰকাৰে শপত গ্ৰহণ কৰে৷ মানৰ লগতে শপত গ্ৰহণ কৰা তেওঁৰ কেবিনেট সতীৰ্থসকল হ’ল ক্ৰমে হৰপাল সিং চীমা, হৰভজন সিং, ডাঃ বিজয় সিংগ্লা, লাল চান্দ, গুৰমিট সিং মীট হায়াৰ, কুলদীপ সিং ধালিৱাল, লালজিৎ সিং ভুল্লাৰ, ব্ৰাম শংকৰ জিম্পা, হৰজুট সিং বেইনছ আৰু ডাঃ বলজিৎ কৌৰ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBhagwant Singh Mann GovtPunjab Govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’
ভাৰত

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

July 11, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

মুছলমান লোকে দান কৰিলে ২.৫ কোটি টকা মূল্যৰ মাটি; নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ

মুছলমান লোকে দান কৰিলে ২.৫ কোটি টকা মূল্যৰ মাটি; নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.