• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

5 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

42 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

1 hour ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

1 hour ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

2 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

3 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

3 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

5 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

5 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

6 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ২২ মাৰ্চ দিনটো...

editor by editor
March 22, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ– এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত সেউজীয়া কাপোৰ পৰিধান কৰিব। চুটি ভ্ৰমণ হ’ব পাৰে। শৰীৰৰ প্ৰতি যত্ন ৰাখিব।

বৃষ– এই ৰাশিৰ জাতক-জাতিকাৰ উন্নতিৰ যোগ আছে। আৰ্থিকত ভাল। বন্ধুৰ পৰা সাৱধানে থাকিব। প্ৰেমত মধ্যম। শুভ ৰং- নীলা।

মিথুন– এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো কৰ্মক্ষেত্ৰত নিজৰ আধিপত্য বজাই ৰখাত কৃতকাৰ্য হ’ব৷ ব্যৱসায়ত ভালেই দেখা যায়।

কৰ্কট– স্ত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আৰ্থিকত ভাল। বিশেষ কোনো কৰ্মৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। বিদ্যাৰ্থীৰ কাৰণে দিনটো শুভ।

সিংহ– এই ৰাশিৰ জাতক-জাতিকাৰ কোনো কৰ্মৰ কাৰণে যাত্ৰা কৰিলে শুভ ফল পাব। খৰচৰ ক্ষেত্ৰত সৰ্তক থাকক। প্ৰেম-প্ৰীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব।

কন্যা– আৰ্থিক ক্ষেত্ৰত লেনদেন কৰাত সতৰ্ক হ’ব। কোনো মূল্যৱান বস্তু চুৰি হ’ব পাৰে। মূৰৰ বিষ আৰু চকুৰ বেমাৰে কষ্ট দিব পাৰে। শুভ ৰং বগা আৰু শুভ সংখ্যা- ৩

তুলা– আজিৰ দিনটোৰ আৰম্ভণিতে গা ধুৱাৰ পিছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ হ্ৰীং হ্ৰীং শ্ৰী সূৰ্যায় নমঃ মন্ত্ৰটি ২০ বাৰ জপ কৰিব। প্ৰেমত হতাশা আনিব। দাম্পত্যত সুখ।

বৃশ্চিক– প্ৰেম-প্ৰীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হ’ব। যান-বাহনৰ পৰা সাৱধানে থাকিব। আজি নিৰামিষ খাব আৰু টেঙা নাখাব।

ধনু– অবৈধ উপায়েৰে ধন বৃদ্ধি। সন্তানৰ শুভ। ব্যৱসায়ত ভাল ফল পাব। শিল্পী-সাহিত্যিকৰ বাবে শুভ সময়। ৯ বাৰ দেৱী বগলামুখীৰ নাম জপ কৰিব।

মকৰ– মকৰ ৰাশিৰ জাতক-জাতিকাই হালধীয়া কাপোৰ পৰিধান কৰি দেৱী লক্ষ্মী আৰু নাৰায়ণৰ পূজা-অৰ্চনা কৰিব। প্ৰেমত শুভ। উচ্চ শিক্ষাত বাধা দূৰ হ’ব।

কুম্ভ– ব্যৱসায় মন্থৰ গতিত চলিব। দাম্পত্য আৰু প্ৰেমত শুভ। বৈষয়িক উন্নতি হোৱাৰ কাৰকতা আছে। মাটি-বাৰীৰ বিবাদৰ অন্ত পৰিব। মাতৃৰ অশুভ। চাকৰীয়াল ব্যক্তিসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে।

মীন– এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আয় হ’ব, কিন্তু ব্যয়ো হ’ব। আপোনাৰ সন্তানৰ মানসিক বিকাশৰ লক্ষণে দেখা দিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰঙ আকাশী নীলা আৰু শুভ সংখ্যা ৬

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
Next Post
মুছলমান লোকে দান কৰিলে ২.৫ কোটি টকা মূল্যৰ মাটি; নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ

মুছলমান লোকে দান কৰিলে ২.৫ কোটি টকা মূল্যৰ মাটি; নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ

নিৱনুৱাৰ বাবে সুখবৰ; ভাৰতীয় সেনাৰ বিভিন্ন পদত কৰা হ’ব নিযুক্তি

নিৱনুৱাৰ বাবে সুখবৰ; ভাৰতীয় সেনাৰ বিভিন্ন পদত কৰা হ’ব নিযুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.