• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ পাছত মীন ৰাশিত সপ্তগ্ৰহী যোগ, মাৰ্চৰ শেষত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

১০০ বছৰৰ পাছত মীন ৰাশিত সপ্তগ্ৰহী যোগ, মাৰ্চৰ শেষত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

2 years ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

29 minutes ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

54 minutes ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

1 hour ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

2 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

2 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

16 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

16 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

16 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

17 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

18 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

19 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰৰ পাছত মীন ৰাশিত সপ্তগ্ৰহী যোগ, মাৰ্চৰ শেষত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

১০০ বছৰৰ পাছত মীন ৰাশিত সপ্তগ্ৰহী যোগ, মাৰ্চৰ শেষত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

editor by editor
March 7, 2025
in জীৱনশৈলী
0
১০০ বছৰৰ পাছত মীন ৰাশিত সপ্তগ্ৰহী যোগ, মাৰ্চৰ শেষত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০০ বছৰৰ পাছত মীন ৰাশিত গঠিত হৈছে বিৰল সপ্তগ্ৰহী যোগ৷ আগন্তুক ২৯ মাৰ্চৰ পৰা এই যোগ গঠিত হ’ব৷ শনিয়ে কুম্ভ এৰি মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে এই বিৰল শুভ যোগ গঠিত হ’ব৷ ২৯ মাৰ্চৰ পৰা মীন ৰাশিত থাকিব শুক্ৰ, বুধ, সূৰ্য, মঙ্গল, চন্দ্ৰ, শনি আৰু নেপচুন৷ এই সাত গ্ৰহৰ মিলনৰ ফলত গঠিত হ’ব সপ্তগ্ৰহী যোগ৷ জ্যোতিষ গণনা অনুসৰি এই শুভ যোগৰ ফলত ভাগ্য খুলিব তিনি ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক সপ্তগ্ৰহী যোগৰ শুভ ফল পাব কোন কোন ৰাশিৰ জাতকে?

কৰ্কট ৰাশি

১০০ বছৰৰ পাছত যি সপ্তগ্ৰহী যোগ গঠিত হৈছে সেয়া লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ কৰ্কট ৰাশিৰ ভাগ্যৰ স্থানত এই যোগ গঠিত হ’ব৷ ইয়াৰ ফলত আপুনি সকলো কামতেই ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ আৰ্থিকভাৱেও উন্নতি কৰাৰ যোগ আছে৷ অফিচত আপোনাৰ কামৰ প্ৰশংসা পাব আৰু প্ৰমোছন পোৱাৰ সম্ভাৱনা আছে৷ বিদেশ যাত্ৰাৰ যোগ আছে৷ মনৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব পাৰে৷

কন্যা ৰাশি

সপ্তগ্ৰহী যোগৰ প্ৰভাৱত পজিটিভ পৰিবৰ্তন আহিব কন্যা ৰাশিৰ জাতকৰ জীৱনত৷ দাম্পত্য জীৱনত সুখ থাকিব৷ আৰু পাৰ্টনাৰৰ সৈতে সম্পৰ্ক আৰু শক্তিশালী হ’ব৷ কেৰিয়াৰতো এই সময়ত উন্নতি কৰিব পাৰে৷ অফিচত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব কন্যা ৰাশিৰ জাতকৰ৷ শাৰীৰিক আৰু মানসিক অৱসাদ কটাই সকলো কামত নতুন এনাৰ্জি পাব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

মিথুন ৰাশি

সপ্তগ্ৰহী যোগৰ প্ৰভাৱত ২৯ মাৰ্চৰ পৰা ভাল দিন আহিব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ মিথুন ৰাশিৰ কৰ্মৰ ঘৰত এই যোগ গঠিত হ’ব৷ ইয়াৰ পলত আপুনি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব৷ ব্যৱসায়ত উন্নতিৰ যোগ আছে৷ নতুন চাকৰি পাব পাৰে৷ কেৰিয়াৰৰ গ্ৰাফ এই সময়ত ঊৰ্ধমুখী হ’ব৷ আৰ্থিক পৰিস্থিতিতো উন্নতিৰ জোৱাৰ আহিব৷ এই সময়ত বৃহৎ কোনো সাফল্য অৰ্জন কৰিব পাৰে মিথুন ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
Next Post
মাজ আকাশতেই ভৰি পৰিল শৌচাগাৰ! আমেৰিকাত জৰুৰী অৱতৰণ Air Indiaৰ বিমানৰ

মাজ আকাশতেই ভৰি পৰিল শৌচাগাৰ! আমেৰিকাত জৰুৰী অৱতৰণ Air Indiaৰ বিমানৰ

দৌলৰ পূৰ্বেই DA বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ, এইবাৰ কিমান বাঢ়িব দৰমহা?

দৌলৰ পূৰ্বেই DA বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ, এইবাৰ কিমান বাঢ়িব দৰমহা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.