• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজ আকাশতেই ভৰি পৰিল শৌচাগাৰ! আমেৰিকাত জৰুৰী অৱতৰণ Air Indiaৰ বিমানৰ

মাজ আকাশতেই ভৰি পৰিল শৌচাগাৰ! আমেৰিকাত জৰুৰী অৱতৰণ Air Indiaৰ বিমানৰ

2 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

1 hour ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

2 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

4 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

4 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

5 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

6 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

6 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

7 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজ আকাশতেই ভৰি পৰিল শৌচাগাৰ! আমেৰিকাত জৰুৰী অৱতৰণ Air Indiaৰ বিমানৰ

মাজ আকাশতেই ভৰি পৰিল শৌচাগাৰ! আমেৰিকাত জৰুৰী অৱতৰণ Air Indiaৰ বিমানৰ

editor by editor
March 7, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
মাজ আকাশতেই ভৰি পৰিল শৌচাগাৰ! আমেৰিকাত জৰুৰী অৱতৰণ Air Indiaৰ বিমানৰ
0
SHARES
819
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ ঘণ্টাজুৰি আকাশত উৰণ৷ অথচ গন্তব্যস্থানত উপস্থিত নহ’ল৷ বৰং আকৌ ওলোটাই আমেৰিকালৈকে উভতি আহিব লগা হ’ল  Air India-ৰ বিমান৷ এয়াৰ ইণ্ডিয়া বিমান সংস্থাৰ দাবী যে প্ৰযুক্তিগত ত্ৰুটিৰ বাবেই আমেৰিকালৈ উভতিব লগা হয় বিমানখন৷ কিন্তু সংবাদ সংস্থা পি টি আইৰ সূত্ৰৰ খবৰ অনুসৰি, মাজ আকাশত বিমানৰ শৌচাগাৰ ভৰি যোৱাৰ বাবেই আমেৰিকালৈ উভতি যাব লগা হয় বিমানখন৷

বৃহস্পতিবাৰে আমেৰিকাৰ চিকাগোৰ পৰা দিল্লীলৈ উভতিছিল বিমানখন৷ কিন্তু ১০ ঘণ্টা উৰাৰ পাছত মাজৰাস্তাৰ পৰা চিকাগো বিমানবন্দৰলৈ উভতি যাব লগা হয়৷ বিমানৰ গতিবিধিৰ ওপৰত নজৰদাৰি চলোৱা flightradar24.com ৰ প্ৰদত্ত তথ্যই কৈছে চিকাগোৰ ORD বিমানবন্দৰৰ পৰা উৰাৰ পাছত ১০ ঘণ্টাতকৈ বেছি আকাশত উৰে Boeing 777-337 ER বিমানখন৷ তাৰপিছতেই কি এনে ঘটনা ঘটিল যে চিকাগোলৈকে আকৌ উভতি যাব লগা হ’ল বিমানখন?

এটা সূত্ৰক উদ্ধৃতি দি পি টি আইয়ে জনাইছে যে Air India-ৰ Boeing 777-337 ER বিমানখনত ১০ টা শৌচাগাৰ আছে যাৰ মাজত ফাৰ্ষ্ট ক্লাছ যাত্ৰীৰ বাবেই আছে দুটা শৌচাগাৰ৷ বিমান যাত্ৰীৰ বাবে মুঠ আসনৰ সংখ্যা ৩৪০তকৈ বেছি৷ ফাৰ্ষ্ট ক্লাছ, বিজনেছ ক্লাছ আৰু ইকনমিক ক্লাছ, তিনিটা শ্ৰেণীৰ আসন আছে বিমানখনত৷ কিন্তু বিমান আকাশত উৰাৰ লগে লগেই এটা শৌচাগাৰহে ব্যৱহাৰৰ যোগ্য হৈ থাকে৷ বাকীসমূহ বৰ্জ্যৰে ভৰি যায়৷

এই বিষয়টোক লৈ যোগাযোগ কৰিলে Air India-ৰ মুখপাত্ৰই জনাই যে AI126 বিমানখন ৬মাৰ্চত চিকাগোৰ পৰা দিল্লীলৈ উৰিছিল৷ মাজপথত যান্ত্ৰিক বিজুতিয়ে দেখা দিয়াৰ ফলত চিকাগোলৈ উভতি যায়৷ তাত নমাৰ পাছতেই যাত্ৰীসকলক ভাড়াৰ টকাও ঘূৰাই দিয়া হয়৷ কোনোৱে যাতে অসুবিধাত নপৰে তাৰবাবে বিকল্প ব্যৱস্থাও কৰি দিয়ে বিমানকৰ্মীসকলে৷ যাতে যাত্ৰীসকলে গন্তব্য স্থানত উপস্থিত হয়৷

Air India-ক লৈ পূৰ্বেও একাধিক অভিযোগ উঠিছে৷ পৰিসেৱাক লৈ অসন্তুষ প্ৰকাশ কৰিছে যাত্ৰীসকলেও৷ কেতিয়াও বিজনেছ ক্লাছৰ পৰা ইকনমিত নমাই দিয়াৰ অভিযোগ উঠে, কেতিয়াবা আকৌ বহা আসনৰ পৰা আদি কৰি খাদ্যৰ মানদণ্ডক লৈয়ো প্ৰশ্ন উঠে৷ সম্প্ৰতি এগৰাকী ব্যক্তিয়ে সংস্থাৰ বিৰুদ্ধে মাৰাত্মক অভিযোগ তুলিছে৷ পাইলটৰ প্ৰশিক্ষণৰ দায়িত্বৰ থকা ব্যক্তিয়ে কৰ্তব্যত গাফিলতিক লৈ অভিযোগ আনিছে৷ তাৰপিছতেই Air Indiaৰ অধীনত প্ৰশিক্ষণ প্ৰাপ্ত ১০ পাইলটক বৰ্খাস্ত কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
দৌলৰ পূৰ্বেই DA বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ, এইবাৰ কিমান বাঢ়িব দৰমহা?

দৌলৰ পূৰ্বেই DA বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ, এইবাৰ কিমান বাঢ়িব দৰমহা?

মাতৃ হোৱাৰ পথত বিনেশ ফোগাট, জীৱনৰ নতুন অধ্যায়ৰ কথা জনালে বিনেশ ফোগাটে

মাতৃ হোৱাৰ পথত বিনেশ ফোগাট, জীৱনৰ নতুন অধ্যায়ৰ কথা জনালে বিনেশ ফোগাটে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.