• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন প্ৰতিবেদন প্ৰকাশ কৰিবলৈ আগবাঢ়িছে হিণ্ডেনবাৰ্গে! এইবাৰো টাৰ্গেট মোদীৰ ঘনিষ্ঠ উদ্যোগপতিয়েই?

নতুন প্ৰতিবেদন প্ৰকাশ কৰিবলৈ আগবাঢ়িছে হিণ্ডেনবাৰ্গে! এইবাৰো টাৰ্গেট মোদীৰ ঘনিষ্ঠ উদ্যোগপতিয়েই?

3 years ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

8 minutes ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

57 minutes ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

2 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

3 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

10 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

11 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

12 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

12 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

13 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

13 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

15 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

নতুন প্ৰতিবেদন প্ৰকাশ কৰিবলৈ আগবাঢ়িছে হিণ্ডেনবাৰ্গে! এইবাৰো টাৰ্গেট মোদীৰ ঘনিষ্ঠ উদ্যোগপতিয়েই?

editor by editor
March 23, 2023
in বাণিজ্য, বিশ্ব, ভাৰত
0
নতুন প্ৰতিবেদন প্ৰকাশ কৰিবলৈ আগবাঢ়িছে হিণ্ডেনবাৰ্গে! এইবাৰো টাৰ্গেট মোদীৰ ঘনিষ্ঠ উদ্যোগপতিয়েই?
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুমাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানীৰ সংস্থাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল হিণ্ডেনবাৰ্গ নামৰ গৱেষক সংস্থাটোৱে। বৃহস্পতিবাৰে পুনৰ জনপ্ৰিয় সংস্থাটোৱে টুইটাৰত দিছে বিশেষ পোষ্ট, ‘আৰু এটা ডাঙৰ ৰিপৰ্ট অচিৰেই প্ৰকাশ কৰিম।’ হিণ্ডেনবাৰ্গৰ এই ৰিপৰ্ট দেখা মাত্ৰকেই চৰ্চা, আকৌ আদানীয়েই টাৰ্গেট নেকি হিণ্ডেনবাৰ্গৰ? নে অইন কোনো উদ্যোগপতি এইবাৰ টাৰ্গেট হিণ্ডেনবাৰ্গৰ?

বিগত ২৪ জানুৱাৰীত আদানী গোষ্ঠীৰ দুৰ্নীতিৰ প্ৰতিবেদন দাঙি ধৰিছিল হিণ্ডেনবাৰ্গে। তাত স্পষ্টকৈ উল্লেখ কৰিছিল যে এক দশক ধৰি আদানী গোষ্ঠীয়ে তেওঁলোকৰ প্ৰত্যেকটো কোম্পানীতেই শ্বেয়াৰৰ দাম কৃত্ৰিমভাৱে বঢ়াই আছিল। হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট প্ৰকাশ হোৱাৰ পাছৰে পৰাই শ্বেয়াৰ বজাৰত পতন আৰম্ভ হৈছিল গৌতম আদানীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস
বিবিধ

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

July 11, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
Next Post
ভাৰত হিন্দু ৰাষ্ট্ৰই, আনুষ্ঠানিক ঘোষণাহে বাকী আছেঃ বাবা বাঘেশ্বৰ

ভাৰত হিন্দু ৰাষ্ট্ৰই, আনুষ্ঠানিক ঘোষণাহে বাকী আছেঃ বাবা বাঘেশ্বৰ

হিমগ্লবিন ডেফিছিয়েন্সিয়ে শৰীৰক কোঙা কৰিলে এইকেইবিধ জুচ নিয়মিতভাৱেই সেৱন কৰিব পাৰে

হিমগ্লবিন ডেফিছিয়েন্সিয়ে শৰীৰক কোঙা কৰিলে এইকেইবিধ জুচ নিয়মিতভাৱেই সেৱন কৰিব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.