• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত হিন্দু ৰাষ্ট্ৰই, আনুষ্ঠানিক ঘোষণাহে বাকী আছেঃ বাবা বাঘেশ্বৰ

ভাৰত হিন্দু ৰাষ্ট্ৰই, আনুষ্ঠানিক ঘোষণাহে বাকী আছেঃ বাবা বাঘেশ্বৰ

3 years ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

1 hour ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

2 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

3 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

3 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

11 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

12 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

12 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

13 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

14 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

14 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

16 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভাৰত হিন্দু ৰাষ্ট্ৰই, আনুষ্ঠানিক ঘোষণাহে বাকী আছেঃ বাবা বাঘেশ্বৰ

editor by editor
March 23, 2023
in অসম, বিবিধ, ভাৰত
0
ভাৰত হিন্দু ৰাষ্ট্ৰই, আনুষ্ঠানিক ঘোষণাহে বাকী আছেঃ বাবা বাঘেশ্বৰ
0
SHARES
487
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰত হিন্দু ৰাষ্ট্ৰই কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে। অসমলৈ আহিয়েই এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছে বাঘেশ্বৰ বাবাই। মধ্য প্ৰদেশৰ বাবা বাঘেশ্বৰে কালি শক্তিপীঠ কামাখ্যাত উপস্থিত হৈছিল। বাঘেশ্বৰ বাবাই ভ্ৰমণকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতেই তেওঁ কয়, ‘মই মা কামাখ্যা আশিষ ল’বলৈ আহিছিলো। সাধুৱেনো অইন কি আলোচনা কৰিব? মই ৰাজনীতিবিদো নহয়। সকলোৰে মংগল কামনা কৰাৰ লগতে অসমৰ আৰু মংগল হওক তাৰেই কামনা কৰিছো।’ ইয়াৰোপৰি বাবা বাঘেশ্বয়ে কয়, অসমৰ মুখ্যমন্ত্ৰীগৰাকী এজন হিন্দু সিংহ। ভাৰতো এখন হিন্দু ৰাষ্ট্ৰই। ঘোষণাহো কৰিবলৈ বাকী আছে। এই সংক্ৰান্তত দুবিধা ৰাখিবই নালাগে। যিয়েই সনাতনী হিন্দুৰ হৈ মাত মাতে তেওঁলোক একো একোজন সিংহই।’

আনহাতে অচিৰেই পুনৰ অসমলৈ আহিব বুলিও মন্তব্যত প্ৰকাশ কৰে বাঘেশ্বৰ বাবা খ্যাত ধীৰেন্দ্ৰনাথ শাস্ত্ৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam CM Himanta Biswa Sarmaassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস
বিবিধ

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

July 11, 2026
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
Next Post
হিমগ্লবিন ডেফিছিয়েন্সিয়ে শৰীৰক কোঙা কৰিলে এইকেইবিধ জুচ নিয়মিতভাৱেই সেৱন কৰিব পাৰে

হিমগ্লবিন ডেফিছিয়েন্সিয়ে শৰীৰক কোঙা কৰিলে এইকেইবিধ জুচ নিয়মিতভাৱেই সেৱন কৰিব পাৰে

পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…

পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’ অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.